সমললৈ যাওক

শাৰদা লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শাৰদা লিপি

শাৰদা লিপিৰে লিখা কাশ্মীৰী শৈৱ‌ পুথি
প্ৰকাৰ আবুগিদা
ভাষা সংস্কৃত
সময় ৮০০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমান (প্ৰায় লুপ্ত)
মাতৃ লিপি
সন্তান লিপি গুৰুমুখী
Takri
Landa
ভগ্নী লিপি নাগৰী
Siddhaṃ
ISO 15924 Shrd, 319
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Sharada
ইউনিক'ড ৰে'ঞ্জ U+11180– U+111DF
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। পূৰ্বতে শাৰদা লিপিৰ বহুল ব্যৱহাৰ হৈছিল, কিন্তু এতিয়া এই লিপি কেৱল কাশ্মীৰী পণ্ডিতসকলৰ কিছুমান অনুষ্ঠানতহে ব্যৱহাৰ কৰা হয়।

স্বৰবৰ্ণ

[সম্পাদনা কৰক]
অং অঃ

ব্যঞ্জনবৰ্ণ

[সম্পাদনা কৰক]

২০১২ চনৰ জানুৱাৰী মাহত ইউনিক’ড ষ্টেণ্ডাৰ্ডত শাৰদা লিপি সংযোজন কৰা হয়। Sharda লিপিৰ ইউনিকোড সম্প্ৰসাৰণ হৈছে U+11180 ৰ পৰা U+111D লৈ। [1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Unicode character database". The Unicode Standard. http://www.unicode.org। আহৰণ কৰা হৈছে: 22 March 2013.