শিমলুগুৰি, শিৱসাগৰ
Jump to navigation
Jump to search
এই পৃষ্ঠাখন শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাৱ ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনা সমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই প্ৰবন্ধটো শেহতীয়াকৈ সম্পাদনা কৰিছিল SlowPhoton (আলোচনা| বৰঙনি) 2 years ago. (শেহতীয়া ভাষ্য) |
শিমলুগুৰি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ এখন সৰু নগৰ। শিমলুগুৰি নগৰখন দিখৌ নদীৰ পাৰত অৱস্থিত। বুৰঞ্জীয়ে গৰকা গড়গাঁও আৰু চৰাইদেউ নামৰ ঠাই দুখনিৰ মাজত নগৰখন গঢ় লৈ উঠিছে। ওচৰৰ এক বৃহৎ অঞ্চলৰ লোকৰ বাবে শিমলুগুৰি এক বাণিজ্য, শিক্ষা,পৰিৱহন কেন্দ্ৰ। অঞ্চলটোত হিন্দু, মুছলিম এই দুই সম্প্ৰদায়ৰ লোকে বসতি কৰি আছে। এই নগৰ খন বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ যিহেতু শিৱসাগৰ জিলাৰ একমাত্ৰ ৰেল জংছনটো ইয়াতে আছে।