সমললৈ যাওক

শ্ৰেণী:কৃষি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য-শস্য-পণ্যৰ ৰাহিয়ে সভ্যতাৰ বিকাশত সাৰপানী দিছিল। কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ণ তথা গৱেষণা বিদ্যাৰ সুঁতিটোক কৃষি বিজ্ঞান বোলা হয়।

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 3টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 3 টা উপশ্ৰেণী আছে।

  • শস্য(1টা শ্ৰেণী, 10টা পৃষ্ঠা, 4টা ফাইল)

"কৃষি" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 9 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 9 টা পৃষ্ঠা আছে।

"কৃষি" শ্ৰেণীৰ মিডিয়া

এই শ্ৰেণীটোত কেৱল তলত দিয়া ফাইলটোহে আছে। মুঠ 10টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 10 টা ফাইল আছে।