শ্ৰেণী:মহাত্মা গান্ধী ২০২১ এডিটাথন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিমিডিয়াৰ প্ৰকল্পসমূহত জাতিৰ পিতা মহাত্মা গান্ধী সম্পৰ্কীয় সমল বৃদ্ধি কৰাৰ প্ৰয়াসেৰে ২ আৰু ৩ অক্টোবৰ ২০২১ তাৰিখে এখনি মহাত্মা গান্ধী ২০২১ সম্পাদনা মেলাৰ আয়োজন কৰা হৈছিল। এই সম্পাদনা মেলাত সৃষ্টি কৰা প্ৰবন্ধসমূহ এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।

অংশগ্ৰহণকাৰীসকল[সম্পাদনা কৰক]

  1. অজয় দাস (৫)
  2. অনামিকা বড়া (৪)
  3. ঈশান জ্যোতি বৰা (১৬)
  4. কুলধৰ ৰাভা (৪)
  5. চিৰিং চন্দন ফুকন (১)
  6. নয়ন জ্যোতি নাথ (৫)
  7. প্ৰাণজ্যোতি নাথ (৭)

"মহাত্মা গান্ধী ২০২১ এডিটাথন" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 42 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 42 টা পৃষ্ঠা আছে।