সঞ্জীৱ খান্না
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
সঞ্জীৱ খান্না (ইংৰাজী: Sanjiv Khanna; জন্ম: ১৪ মে' ১৯৬০) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক ন্যায়ধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ অৱসৰৰ পিছত তেওঁক নিযুক্তি দিয়া হয়। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, যিটো পদত তেওঁৰ পিতৃ দেৱৰাজ খান্নাইও আছিল। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ। তেওঁ ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ১১ নৱেম্বৰ ২০২৪ নিযুক্ত হয় । ভাৰতৰ ৰাষ্টপতি দ্ৰৌপদী মূৰ্মুয়ে তেওঁক শপত পাঠ কৰায় ।
সঞ্জীৱ খান্না বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ | |
---|---|
নিয়োগকৰ্তা | ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু |
উপ ৰাষ্ট্ৰপতি | জগদীশ ধনকাৰ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
সঞ্জীৱ খান্না বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫১তম মুখ্য ন্যায়াধীশ | |
---|---|
জন্ম | ১৪ মে ১৯৬০ |
ৰাষ্ট্ৰীয়তা | ভাৰতবৰ্ষ 🇮🇳 |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এল. এল. বি , এল. এল. এম |
শিক্ষানুষ্ঠান | শ্ৰীৰাম মহাবিদ্যালয় , দিল্লী |
পেচা | ন্যায়াধীশ |
সক্ৰিয় হৈ থকা সময় | ১১ নৱেম্বৰ ২০২৪ |
পিতৃ-মাতৃ | দেৱৰাজ খান্না ( পিতৃ) ছৰোজ খান্না ( মাতৃ) |
ৱেবছাইট | |
https://www.sci.gov.in/judge/justice-sanjiv-khanna/ |
শৈশৱ জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]খান্নাই ১৯৭৭ চনত মডাৰ্ণ স্কুল (নতুন দিল্লী)ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৮০ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ পৰা আইন অধ্যয়ন কৰে, য’ত তেওঁ ন্যায়াধীশ ইন্দু মলহোত্ৰাৰ সহপাঠী আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]•India Today 2024
•Justice Sanjiv Khanna 2024-11-11
•সঞ্জীৱ খান্নাৰ কাৰ্য্যকাল Supreme court of India ৱেবছাইটৰ পৰা আহৰণ কৰা হৈছে;
https://www.hind,ts.com/india-new
• .HindustanTimes Justice Sanjiv Khanna will serve a six-month tenure as Chief Justice of India and is expected to retire on May 13, 2025.