সদস্য:মনোজ গগৈ ৮৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা

[1]মনোজ গগৈ ( Manoj Gogoi)


মনোজ গগৈ ( ভাৰতীয় অভিনেতা)

মনোজ গগৈ (জন্ম ১৫ ডিচেম্বৰ ১৯৮৪) ১৯৯৮ চনৰ পৰা কেমেৰাৰ সন্মুখত অসমীয়া ভাষাত অভিনয় কৰা এজন ভাৰতীয় অভিনেতা মনোজ গগৈ, যেতিয়া কেৱল ডিব্ৰুগড় আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আছিল তেতিয়া অসমীয়া ভাষাৰ টেলিফিল্ম, ধাৰাবাহিক আদিত কাম কৰিছিল।  তেওঁ অসমৰ কিছুমান ভ্ৰাম্যমাণ থিয়েটাৰ গ্ৰুপটো অভিনয় কৰিছিল। নাম হ'ল সুৰুজ, স্বাগতম ইত্যাদি...

জন্ম ১৫ ডিচেম্বৰ ১৯৮৪ (বয়স ৩৮)

জাতীয়তা ভাৰতীয়

বৃত্তি অভিনেতা

  1. মনোজ গগৈ প্ৰয়াত কমল চন্দ্ৰ গগৈ আৰু শ্ৰীমতী ৰুণু গগৈৰ জ্যেষ্ঠ পুত্ৰ।  জন্ম: ১৫ ডিচেম্বৰ ১৯৮৪।গৃহ নিতাই পুখুৰী দিহিঙীয়া গাঁও , শিৱসাগৰ অসম।  ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ ভেকচন প্ৰতিযোগিতাত অভিনয় কৰিছিল, তাৰ পাছৰ পৰা তেওঁ আন্ধ লৰা জন নামৰ এখন শিশু নাটকত অভিনয় কৰিছিল। তেনেকৈ অভিনয় জীৱন পাতনি মেলে। ইয়াৰ পিছত ২০০২ চনত অভিনেতা, নাট্যকাৰ, পৰিচালক প্ৰবীণ শইকীয়া দেৱৰ অধীনত অভিনয় কৰ্মশালাত প্ৰশিক্ষণ লৈ পুৰন অভিনয় কৰে লগতে আবেলি নাট্যগোষ্টী সৃষ্টি কৰে।  ১৯৯৮ চনৰ পৰা তেওঁ কেমেৰাৰ সন্মুখত কাম কৰিছিল, যেতিয়া কেৱল ডিব্ৰুগড় দূৰদৰ্শন আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আছিল তেতিয়া অসমীয়া ভাষাৰ টেলিফিল্ম আৰু ধাৰাবাহিকত অভিনয় কৰিছিল। ২০০২ চনত অঞ্জলি দাসৰ পৰিচালিত সতী ৰাধিকা নামৰ এখন চুটি ছবিতো অভিনয় কৰিছিল, য’ত প্ৰয়াত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা দেৱে সংগীত ৰচনা কৰিছিল।  আৰু ছবিখনে ৰজত কমল বঁটা লাভ কৰিছিল। বহু বছৰ ধৰি অভিনয়ৰ লগত জড়িত হৈ আছিল মনোজ গগৈ।  এতিয়ালৈকে প্ৰায় ১৩ খন অসমীয়া চিনেমা আৰু ২০ খনতকৈও অধিক ধাৰাবাহিকত কৰাৰ লগতে বহু Video গীতত অভিনয় কৰিছে, ৩০ খনকৈও অধিক নাটক কৰাৰ লগতে ৩ বছৰ মোবাইল থিয়েটাৰত অভিনয় কৰিছিল, আৰু National school of Drama Workshop লৈছিল। কৰ্মশালাখন পৰিচালনা কৰিছিল বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া দেৱ আৰু বহুতো NSD ৰ  প্ৰশিক্ষক আছিল, ২০০৯ চনত এই কৰ্মশালা খনত অংশগ্ৰহণ কৰিছিল।

Film's

◆Ahetuk- Bani Das -2015

◆Bahniman- Biswajeet Bora- 2016

◆Konwar puror konwar- Rajesh Bhuyan-2017

◆Ishu- Utpal Borpujari- 2018( Rajat kamal award)

◆Erasuti Dhol- Saru kamal Hazarika - 2019( film complete but not release)

◆ Rhino Express -Mani Sinha - 2022 - 4 March(film  release)

◆ Sati Radhika- Anjali Das- 2004 ( Rajat kamal award)

◆ Ipar Sipar-  Depak Bhuyan- 2002 (not Release)

◆Borolar Ghar - Mani C Kappan - 2012 Release

◆Linars Beauty parler- Prasant Saikia (not release)

◆hiya diba kak- Rajib Bora (2014 - release)

◆ Kaaneen - A Secret Search - Monjul Baruah

2019

◆ Astitwa - Arif Mirza Hazarika 2019

◆ Gang's of a family -

◆ Siyor (release)

◆ Kokki (Hindi film, 2022)


Serial:

◆Dail 100( Dy365) Mriganka saikia

◆ Aparadh (Rang channel)

◆ Sahu buwari ( Rang Channel) Enu Baruah

◆Behorbari out post ( Rengoni) Rajesh Bhuyan

◆ Jibon.com (Rang Channel ) Sankalpa hazarika

◆ sukula meghor sa (Rong Channel

◆ magh fagun son ( jonak) Pranaj Jyoti Bhorali

◆Dhou (jonak) probal khound

◆FIR (Rong Channel) Manjit Sharma

◆ Ekuki Torar Puhor (Rengoni TV) Enu Baruah

◆ Bauli Fagun (Rengoni TV) Tapan Baruah & Yashinur Rahman


Video Songs:


● Eman morom kio lage song by Achurjya Borpatra, Tarali Sarma

● Rongasila song by Manjyotsna Mahanta

● Maatal Hol Ei Raati song by Zubeen Garg,

Kalpana patowary, Raj Jyoti, Jatin Bora

●Kola Kola song by Papon

●Nalbarir Deka Song by Himon

● Kalpana song by Bijoy Bishal etc....

Mobile Theatre:

●Suruj (2004/5)

●Swagatam (2005/6)


Awards

Award: Best Supporting Actor (Film Ahetuk)

Organization: NEFVTA Assam (2018)

◆I have worked on many films and series as Chief Assistant Director

Job

I worked as assistant director in Rang channel for 1 year 6 months ( 2012 to 2014 half)


[1] IMDb

[1] https://m.imdb.com/name/nm8669562/

[2] https://filmfreeway.com/ManojGogoi

[3] https://indianfilmhistory.com/actor/manoj-gogoi

[4] https://www.moviebuff.com/manoj-gogoi

Stage 32

stage32.com/profile/10370

23

[5] https://vincitalents.in/profile

[6] News link: https://www.eastmojo.com/tag/manoj-gogoi/


[7] YouTube channel:

https://youtube.com/@mgvchannel

[8] Facebook :

https://www.facebook.com/manojgogoioffici

al

https://www.facebook.com/manojgogoiofficial

[9] Instagram :

https://www.instagram.com/manojgogoi134/

[10] Twitter

https://twitter.com/Manojgogoi55?t=JlAklDaMRad6H7NLBf0Jpw&s=09

[11] Linkedin

https://www.linkedin.com/in/manoj-gogoi-a1aa36120

  1. IMDb