সমললৈ যাওক

সদস্য:Aryan/@

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Aryan
- ৱিকিপিডিয়ান -
বৰ্তমানৰ ঠিকনা অজ্ঞাত
জাতীয়তা ভাৰতীয় ভাৰত

বিশ্বৰ সৰ্ববৃহৎ অনলাইন বিশ্বকোষত অৱদান আগবঢ়াই সকলোৰে বাবে অসমীয়াত তথ্য সুলভ কৰি তোলাই মোৰ লক্ষ্য। অসমীয়া ৱিকিপিডিয়াত ৮ জানুৱাৰী ২০১৯ চনত প্ৰথমটো প্ৰবন্ধটো লিখিছিলোঁ। কিছুমান উল্লেখযোগ্য প্ৰবন্ধটোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ,‌‌‌‌ দ্য কেৰেলা ষ্ট’ৰী, শিলিগুড়ি কৰিডৰ,‌‌‌‌ চট্টগ্ৰাম ইত্যাদিৰ ওপৰত অৰিহণা যোগাইছিলো।