সদস্য বাৰ্তা:জযদীপ বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

--জলি বৰা (talk) 15:52, 23 August 2015 (UTC)

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে স্বাগতম। আপুনি শেহতীয়াকৈ দহটা ইংৰাজী প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত যোগ দিয়া দেখিলোঁ। অনুগ্ৰহ কৰি এটা এটাকৈ যোগ দি সেইটোৰ অনুবাদ আৰম্ভ কৰক। সেইটোহে মোৰ বোধেৰে সহজ হ'ব। অনুবাদ নোহোৱাকৈ ৰৈ গ'লে বেয়া দেখি। — গীতাৰ্থ বৰদলৈ (talk) 12:45, 1 September 2015 (UTC)

সদস্য পৃষ্ঠাত কনিষ্ঠ wikipedian বুলি লিখা দেখিলোঁ। নতুন আৰু কনিষ্ঠ সদস্য হিচাপে প্ৰথমে কিছু কথা অলপ খেলি-মেলি হ'ব পাৰে। যিকোনো অসুবিধাৰ বাবে অন্য সদস্যৰ সৈতে আলোচনা কৰিব পাৰা। ফেচবুকত আছা যদি Assamese Wikipedia Community গোটটোলৈ আমন্ত্ৰণ জনালোঁ। - Manjil Konwar (talk) 22:13, 1 September 2015 (UTC)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.