সদস্য বাৰ্তা:ড০ লোহিত দত্ত-বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্ধৃতি[সম্পাদনা কৰক]

উদ্ধৃতিৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক্ কৰক৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 02:55, 28 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰচাৰমূলক প্ৰবন্ধ[সম্পাদনা কৰক]

ড॰ লোহিত দত্ত-বৰুৱা, অসমীয়া ভাষাৰ ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহ দেখি সুখি হৈছোঁ। পিছে শেহতীয়াকৈ আপুনি আপোনাৰ নিজৰ বিষয়ে এক প্ৰবন্ধ সৃষ্টি কৰিছে। ৱিকিপিডিয়াৰ নিয়ম অনুসৰি নিজৰে বিষয়ে নিজে প্ৰবন্ধ সৃষ্টি কৰিব নোৱাৰে; কাৰণ ইয়াক আত্ম-প্ৰচাৰ বা self-promotion বুলি গণ্য কৰা হয়। সেয়ে আপুনি সৃষ্টি কৰা প্ৰবন্ধটোত বিলোপনৰ টেগ লগোৱা হৈছে। আপুনি নিজৰ বাহিৰে আন যিকোনো বিষয়ত প্ৰবন্ধ সৃষ্টি কৰিব পাৰে। উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টি কৰাৰ আটাইতকৈ সহজ উপায়তো হ'ল ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ অসমীয়ালৈ অনুবাদ কৰা। আশা কৰো ভবিষ্যতে আপুনি ৱিকিপিডিয়াৰ নিয়মসমূহ মানি চলি আন বিষয়ত প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াৰ ভঁৰাল টনকিয়াল কৰিব। ধন্যবাদ। --SlowPhoton (talk) 14:57, 4 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]