সদস্য বাৰ্তা:মেঘনীল
নমস্কাৰ, মেঘনীল
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
প্রভাকৰ শৰ্মা নেওগ (talk) 09:15, 20 জুন 2015 (UTC)
অনুবাদ
[সম্পাদনা কৰক]ৱিকিপিডিয়াৰ সহযাত্ৰী হিচাপে পায় আনন্দিত হ'লো। নতুন প্ৰৱন্ধ সৃষ্টি কৰাৰ ক্ষেত্ৰত এটা কথা মন কৰে যেন, প্ৰৱন্ধটোৰ অনুবাদ নকৰা ইংৰাজী পাঠখিনি কাটি দিয়ে যেন। পিছত লাহে লাহে অনুবাদ কৰি অসমীয়াখিনি কম কমকৈ ভৰাই গলেও প্ৰৱন্ধটো ভাল লাগিব। নহলে অসমীয়া , ইংৰাজী দুয়োখিনি পাঠ থাকিলে বেয়া লাগে। দিব্য দত্ত (talk) 13:33, 21 জুন 2015 (UTC)
উনবৈ
[সম্পাদনা কৰক]প্ৰবন্ধটো আপুনি অনুবাদ নকৰাকৈয়ে থৈ দিয়া বাবে ইয়াক আপোনাৰ ব্যক্তিগত পৃষ্টালৈ লৈ যোৱা হ'ল। এতিয়া প্ৰবন্ধটো আপুনি ইয়াত -> সদস্য:মেঘনীল/উনবৈ পাব। সম্পূৰ্ন অনুবাদ (অন্ততঃ প্ৰথম পেৰাটো) কৰাৰ পাচত আকৌ তাক ৱিকিৰ প্ৰবন্ধ বিভাগলৈ কপী কৰি দিলেই হ'ব। আমিও তাকেই কৰোঁ।
ৱিকিপিডিয়া লিখাৰ বাবে ধন্যবাদ।
প্রভাকৰ শৰ্মা নেওগ (talk) 19:47, 29 জুন 2015 (UTC)
আধৰুৱা অনুবাদ
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ বাবে ধন্যবাদ। কিন্তু আপুনি আৰম্ভ কৰা তুলসী, অশোক ফুল, কেতুৰি, অশ্বগন্ধা আদি কেইবাটাও পৃষ্ঠাৰ অনুবাদ অসম্পূৰ্ণ হৈ আছে। — গীতাৰ্থ বৰদলৈ (talk) 08:20, 21 August 2015 (UTC)
- অঁ কিন্তু এটাৰ কাম শেষ নোহোৱাকৈ একেলগে কেইবাটাও প্ৰবন্ধৰ কাম আৰম্ভ কৰিলে বেয়া দেখি! অনুবাদ শেষ নোহোৱালৈকে ইংৰাজীখিনি <!-- নিৰ্দিষ্ট লেখা --> এনেকৈ লুকুৱাই থ'ব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 07:39, 22 August 2015 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান
[সম্পাদনা কৰক]প্ৰিয় মেঘনীল,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.