সদস্য বাৰ্তা:-chanakyakdas/archive-two

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

WLWSA-2021 Newsletter #6 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:27, 17 November 2021 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: ডিচেম্বৰ, ২০২১[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

--Nayan j Nath (বাৰ্তা) 16:40, 31 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath: ধন্যবাদ দাদা। — চাণক্য (বাৰ্তা) 02:59, 1 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ ভূৱন বিশ্বাস (বাৰ্তা) 17:21, 28 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৰ্কট সচেতক পদক[সম্পাদনা কৰক]

কৰ্কট সচেতক পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি কৰ্কট ৰোগ সংক্ৰান্তীয় ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ-

 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 19:16, 28 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ কুলধৰ। — চাণক্য (বাৰ্তা) 19:20, 28 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গোবিন্দপুৰ গাওঁ (লালুক)[সম্পাদনা কৰক]

গোবিন্দপুৰ গাওঁ খন ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত লাগি থকা লখিমপুৰ জিলাৰ অন্তৰ্গত লালুক চেণ্টাৰৰ ওচৰতে এই গাঁওখন আছে। ভূৱন বিশ্বাস (বাৰ্তা) 17:05, 28 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Please remove empty categories[সম্পাদনা কৰক]

Hi,

Could you please remove the empty categories starting with "Wikipedia articles" in শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী ?

They are all duplicates of categories starting with "Articles" and the same name.

Thank you

Vargenau (বাৰ্তা) 12:51, 27 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

 কৰা হ'লচাণক্য (বাৰ্তা) 14:26, 27 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]