সদস্য বাৰ্তা:Argosandaltika
নমস্কাৰ, Argosandaltika
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 05:25, 7 August 2023 (ইউ.টি.চি.)
গুৱাহাটী বিশ্ববিদ্যালয়
[সম্পাদনা কৰক]সর্বপ্রথমে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। আপুনি শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৃষ্ঠাখনত কৰা কিছু সাল-সলনি চকুত পৰিছে। কিন্তু যান্ত্ৰিক অনুবাদ আৰু ভুল বানানৰ পয়োভৰৰ বাবে গোটেই পৃষ্ঠাখন দেখিবলৈ দৃষ্টিকটু হৈছে। অনুগ্ৰহ কৰি যান্ত্ৰিক অনুবাদৰ সহায় ললেও এবাৰ চকু ফুৰাই বাক্য গাঁথনি আৰু বানান শুদ্ধ কৰিবলৈ চেষ্টা কৰে যেন। বাকী কাৰিকৰী দিশ সমূহ নোৱাৰিলেও একো নাই। শুভেচ্ছা থাকিল - অজয় কথা-বতৰা 13:34, 13 April 2024 (ইউ.টি.চি.)
পোনপটীয়া অনুবাদ
[সম্পাদনা কৰক]পৃথিৱী আৰু হিন্দুত্বত কৰা সম্পাদনা সমূহ পোনপটীয়া যান্ত্ৰিক অনুবাদ যেন লাগিছে। ৰঙা লিংকৰ সাঁচ সমূহ আঁতৰাই অনুবাদ সমূহত কিছু মানৱীয় সালসলনি কৰিবলৈ আহ্বান জনালোঁ নহলে আপোনাৰ সম্পাদনা সমূহ আঁতৰাই দিয়া যাব পাৰে। ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি পঢ়ি চাবলৈ আহ্বান জনালোঁ। KHI-LAN-TZI 02:25, 11 June 2024 (ইউ.টি.চি.)