সদস্য বাৰ্তা:Bhaskar Gogoi

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

গীতাৰ্থ বৰদলৈ 19:11, 17 ফেব্ৰুৱাৰী 2012 (UTC)

স্বাক্ষৰ[সম্পাদনা কৰক]

আলোচনা পৃষ্ঠাত স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (‍~) ব্যৱহাৰ কৰক (লগ্‌ ইন্‌ কৰাটো প্ৰয়োজনীয়)। গীতাৰ্থ বৰদলৈ 19:12, 17 ফেব্ৰুৱাৰী 2012 (UTC)

পদক[সম্পাদনা কৰক]

Exceptional newcomer.jpg প্ৰতিভাবান নবাগত লেখক পদক
বহুৱা নৃত্য, ভাৰীগান ‎ শীৰ্ষক প্ৰবন্ধকেইটা চকু ফুৰোৱাৰ পিছত আপোনাৰ এই অৱদানৰ প্ৰতিদান স্বৰূপে এই পদক যাচিলো, আশাকৰো আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অৱদান আগঢ়াই যাব। বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:46, 7 মাৰ্চ 2012 (UTC)|}

ছবি[সম্পাদনা কৰক]

ইংৰাজী ৱিকিপিডিয়া বা ৱিকিমিডিয়া কমন্সত থকা ফটোবোৰ অসমীয়া ৱিকিপিডিয়াত দুনাই আপলোড নকৰিলেও চলে| লিংকটো তাৰ পৰা কপি কৰি আনিলেই হ’ল| অসুবিধা পালে জনাব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা

আপোনাৰ বিষয়ে[সম্পাদনা কৰক]

আপোনাৰ ঘৰ কামপুৰত নেকি বাৰু ? জনালে সুখি হ'ম.. মাধৱ শইকীয়া [আলোচনা] 14:33, 11 জুন 2012 (UTC)