সদস্য বাৰ্তা:GeorgeDecker5

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

নমস্কাৰ! শেহতীয়াকৈ আপুনি সৃষ্টি কৰা প্ৰবন্ধ সমূহৰ বাবে ধন্যবাদ! কিন্তু আপুনি প্ৰবন্ধ সমূহ মাত্ৰ দুই এটা বাক্যতে সমাপ্ত কৰি পুনৰ নতুন প্ৰবন্ধ লিখিছে। সাধাৰণতে একোটা প্ৰবন্ধ বিশ্বমান শৈলীৰে সজাই লিখিলে ভাল। সেয়ে একে সময়তে বহু প্ৰবন্ধ লিখাৰ পৰিবৰ্তে এটা প্ৰবন্ধকে সম্পূৰ্ণ কৰি আন এটা আৰম্ভ কৰা ভাল বুলি ভাৱো। -Nayan j Nath (বাৰ্তা) 03:49, 19 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আসোঁৱাহপূৰ্ণ অনুবাদ আৰু তথ্যসূত্ৰৰ অভাৱ[সম্পাদনা কৰক]

নমস্কাৰ GeorgeDecker5, অসমীয়া ৱিকিপিডিয়ালৈ বৰঙনি আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি প্ৰায় প্ৰতিদিনে নতুন প্ৰবন্ধ একোটা সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধসমূহ আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে অসমীয়া ব্যাকৰণ আৰু বাক্য গাঁ‌থনিৰ প্ৰতি মনোযোগ দিয়ে যেন। যান্ত্ৰিকভাৱে কৰা অনুবাদে বাক্যসমূহৰ অৰ্থৰ ব্যাপক তাৰতম্য ঘটায়। ইয়াৰ লগতে তথ্যসূত্ৰসমূহ প্ৰবন্ধত যোগ দি যাব নুলি আশা কৰিলোঁ। শুভেচ্ছা থাকিল। ---Chandan Chiring Phukon Chat 03:09, 20 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Hello GeorgeDecker5, you are creating numerous pages (stub) in this wiki without any citations. Moreover, these pages are merely a machine translation and they are far from being meaningful. It clearly shows that you don't have any knowledge of Assamese language. So, I am requesting you not to create any new pages until you learn Assamese. Thanks.---Chandan Chiring Phukon Chat 03:12, 22 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Hi. The articles created by you seem to have multiple issues. These will deleted if not expanded on the line of English wikipedia or if machine translations are not corrected within one week from the date of tagging. Thank you. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 17:07, 22 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]