সদস্য বাৰ্তা:Himangshu Kalita

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাবুল বৈশ্য 04:47, 15 ফেব্ৰুৱাৰী 2014 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত দুটা নতুন পৃষ্ঠা সৃষ্টি কৰাৰ বাবে ধন্যবাদ। "ৱিকিপিডিয়া:সৰল সহায়িকা"ত এবাৰ চকু ফুৰাবচোন। তথ্য সংগ্ৰহত কিতাপ আৰু লেখকৰ নামৰ লগতে পৃষ্ঠা সংখ্যা, সংস্কৰণ আদিও উল্লেখ কৰিব লাগে যাতে ইচ্ছুক পাঠকে সেয়া সহজেই বিচাৰিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 09:13, 7 মে' 2014 (UTC)

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
ৱিকিপিডিয়াত যোগদান কৰিয়েই এজন পাকৈত সম্পাদকৰ দৰে আপোনাৰ অৰিহণা দেখি আমি অভিভুত। তাৰেই প্ৰতীকৰূপে এই সামান্য পদক আপোনালৈ আগবঢ়ালোঁ। আশাকৰোঁ এনেদৰেই আপোনাক আমাৰ মাজত পাই থাকিম। প্রভাকৰ শৰ্মা নেওগ (talk) 05:57, 8 জুন 2014 (UTC)

অনুবাদকৰ পদক[সম্পাদনা কৰক]

অনুবাদকৰ পদক
চাণক্য প্ৰবন্ধটিৰ সুন্দৰ অনুবাদ তথা সম্পাদনাৰে অসমীয়া ৱিকিলৈ অৱদান আগবঢ়োৱা বাবে তোমালৈ এই পদক যাচিলো ! আশা কৰোঁ, আগলৈও একেই উদ্যমেৰে ৱিকিত কাম কৰি যাবা - জলি বৰা (talk) 22:16, 25 জুন 2015 (UTC)
অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 02:33, 26 জুন 2015 (UTC)
অভিনন্দন! বাবুল বৈশ্য (talk) 04:11, 26 জুন 2015 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Himangshu Kalita,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.