সদস্য বাৰ্তা:Kayser Ahmad

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬[সম্পাদনা কৰক]

নমস্কাৰ, গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ আৰু গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত পৃষ্ঠা দুটা আৰম্ভনিতে এই নামেৰেই সৃষ্টি কৰা হৈছিল, আপুনি ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতলৈ স্থানান্তৰ কৰিলে সেইবাবে ময়ো ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকলৈ স্থানান্তৰ কৰিলো! এতিয়া আকৌ আপুনি পূৰ্বৰ নামলৈ স্থানান্তৰিত কৰাৰ কাৰণ বুজি নেপালো! ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 17:33, 22 August 2016 (ইউ.টি.চি.)

Gnome-edit-redo.svgদিব্য দত্ত: গুগল কৰি বুজিছু আপুনির সৃষ্টি গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ আৰু গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত পৃষ্ঠা ৰাইট আছিল। ময়োর স্থানান্তৰ ৰং হৈইছিল। সেইবারে আপুনির পূৰ্বৰ ফৰমেটে স্থানান্তৰিত কৰা হৈইছে। ধন্যবাদ Kayser Ahmad (talk) 06:47, 23 August 2016 (ইউ.টি.চি.)

সহায় কৰক।[সম্পাদনা কৰক]

চাৰ "কোৰাণ" পৃষ্ঠাটো "কোৰআনলৈ পৰিৱৰ্তন কৰিছে। বৰ ভাল হৈছে। কিছু পৃষ্ঠাও পৰিৱৰ্তন কৰিবলগীয়া আছে। ইন শ্বা আল্লাহ কৰিম। ছাজিদুল ইছলাম (talk) 07:16, 8 October 2017 (ইউ.টি.চি.)