সদস্য বাৰ্তা:Madhabsaikia/ভাৰতৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কিয় এই পৃষ্ঠাক সদস্য পৃষ্ঠালৈ নিব বিচাৰিছে মই ঠিক বুজিব পাৰা নাই । আৰু কেনেদৰে নো উপস্থাপন কৰিম এই বোৰ ? মাধৱ শইকীয়া [আলোচনা] 17:56, 15 আগষ্ট 2012 (UTC)

মাধৱ, এই পৃষ্ঠাখন প্ৰবন্ধও হোৱা নাই, ঠিক তালিকাও হোৱা নাই। ইংৰাজী ৱিকিৰ পৃষ্ঠাখন চাই সেইমতে কৰিবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 18:04, 15 আগষ্ট 2012 (UTC)
গীতাৰ্থ‍ই সজ কথা কৈছে| ইংৰাজী প্ৰবন্ধটোৰ দৰে অলপ হ’লেও গঢ় দিলে ভাল হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা