সদস্য বাৰ্তা:Manas Pratim Dutta
নমস্কাৰ, Manas Pratim Dutta
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() |
![]() |
-অজয় দাস (বাৰ্তা) 04:30, 30 June 2018 (ইউ.টি.চি.)
মৌলিক লেখা[সম্পাদনা কৰক]
নমস্কাৰ, ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি যোৱা কেইদিনমান ৱিকিপিডিয়াত কেইটামান নতুন প্ৰবন্ধ প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক শুভেচ্ছা জনালোঁ। যিহেতু ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষহে, কোনো আলোচনী নহয়, সেয়েহে ইয়াত কোনো লেখকৰ মৌলিক সৃষ্টি (নিজে লিখা লেখা) প্ৰকাশ কৰা নহয়। অনুগ্ৰহ কৰি নতুন প্ৰৱন্ধ প্ৰকাশ কৰাৰ আগত এই পৃষ্ঠাটোত এবাৰ চকু ফুৰাই যেন। ধন্যবাদ দিব্য দত্ত (বাৰ্তা) 08:57, 2 July 2018 (ইউ.টি.চি.)