সদস্য বাৰ্তা:Manashi Baruah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি শেহতীয়াকৈ "পপীয়া তৰাৰ সাধু" পৃষ্ঠা এটা সৃষ্টি কৰিছে। কেনেকৈ লিখিব লাগে সেয়া জানিবলৈ অনুগ্ৰহ কৰি ৱিকিপিডিয়া:সৰল সহায়িকা পৃষ্ঠাটো চাব। গ্ৰন্থ এখনৰ বিষয়ে প্ৰবন্ধ কেনেকৈ লিখিব লাগে তাৰ উদাহৰণ "মই ডেচডিম’না হ’ব খোজোঁ" চালে গম পাব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 13:14, 26 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]