সদস্য বাৰ্তা:Pradyut jyoti saikia
নমস্কাৰ, Pradyut jyoti saikia
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
দীপাংকৰ চেতিয়া বাৰ্তা 08:47, 28 ফেব্ৰুৱাৰী 2012 (UTC)
সহায়
[সম্পাদনা কৰক]আপুনি মূল পৃষ্ঠাৰ বাঁওফালে থকা সহায় পৃষ্ঠাত ৱিকিপিডিয়া সম্পৰ্কিয় বিভিন্ন সহায় লাভ কৰিব৷
Anjal Borah 09:55, 28 ফেব্ৰুৱাৰী 2012 (UTC)
The Teamwork Barnstar
[সম্পাদনা কৰক]The Teamwork Barnstar | ||
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। আচলতে আপোনাক একেলগে কেইবাটাও পদক দিয়াৰ ইচ্ছা আছিল| আজিহে লক্ষ্য কৰিলো যে আপোনাক পদক দিয়া হোৱাই নাই। বেয়া নাপাই যেন। বিষ্ণু শইকীয়াবাৰ্তা 11:31, 12 এপ্ৰিল 2012 (UTC) |
বাখৰ বেঙেনা
[সম্পাদনা কৰক]প্ৰদ্যুত বাখৰ বেঙেনা ভাল হৈছে। কেৱল তথ্যসূত্ৰ অলপ ভালকৈ দিবা। কিতাপৰ নাম, পৃষ্ঠা, লেখক, প্ৰকাশক, প্ৰকাশৰ বছৰ গোটেইবোৰ তথ্য লাগিব। কেনেকৈ কৰিব লাগে তাৰ বাবে ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি পৃষ্ঠাখন বা গ্ৰুপৰ ডক ফাইল চাবাচোন। — গীতাৰ্থ বৰদলৈ (talk)
সকলোবোৰ কৰি দিম | ছবিও আছে | দিম | কিছুমান কথা অলপ বুজাত টান হৈ আছে | লাহে লাহে কৰ দিম | Pradyut jyoti saikia (talk) 20:48, 2 মে' 2012 (UTC)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.