সাঁচ:আজিৰ আপুনি জানেনে-১৩
অৱয়ব
- ...যে নটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই বছৰৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন?
- ...যে বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা জয়প্ৰকাশ নাৰায়ণ আছিল?
- ...যে পৰ্যাবৃত্ত তালিকাখনত ১৮ টা বৰ্গ আৰু ৭ টা পৰ্যায় আছে?
- ...যে বাণীকান্ত কাকতি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী পাইছিল?
- ...যে ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) গঢ় লৈ উঠিছিল?