সাঁচ:আজিৰ আপুনি জানেনে-১৬
অৱয়ব
- ...যে শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক আছিল?
- ...যে ১৯৮৪ চনৰ এপ্ৰিল মাহত মৌচাক আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল?
- ...যে ছিক্কিমে ১৯৭৫ চনত পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পাইছিল?
- ...যে সাধাৰণ মানুহে মণিৰাম দেৱানক "কলিতা-ৰজা" নাম দিছিল?
- ...যে ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰছৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে?
- ...যে নৱকান্ত বৰুৱাই সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল?