সাঁচ:আজিৰ আপুনি জানেনে-৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যুঁজাৰু বিমান ছুখয় চি-৩০
  • ...যে তেজপুৰ বিমানবন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত হোৱা বাবে বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী: Sukhoi Su-30) ৰখা হৈছে?
  • ...যে বুৰঞ্জীপ্ৰসিদ্ধ ষ্টিলৱেল পথ টো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে নিৰ্মাণ কৰা হৈছিল?
  • ...যে স্বৰ্গদেউ গদাধৰ সিংহআহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰিছিল?
  • ...যে কণী যুঁজত সাধাৰণতে পাতিহাঁহৰ কণী ব্যৱহাৰ কৰা হয়?
  • ...যে লক্ষ্মীনাথ বেজবৰুৱাবুঢ়ী আইৰ সাধু সংকলনখন নানা প্ৰৱন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
  • ...যে যোৰহাট জিমখানা ক্লাবত অৱস্থিত নাইন হ'ল গ'ল্ফ ক'ৰ্ছ বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি গ'ল্ফ ক'ৰ্ছ?