সাহিত্য-বাদবৈচিত্ৰ্য
Jump to navigation
Jump to search
সাহিত্য-বাদবৈচিত্ৰ্য | |
---|---|
লেখক | নগেন শইকীয়া |
দেশ | ভাৰত![]() |
ভাষা | অসমীয়া |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশ | ২০০৩ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন। গ্ৰন্থখনত ধ্ৰুৱবাদ, ৰহস্যবাদ, ৰোমাণ্টিকতাবাদ, বাস্তৱবাদ, আধুনিকতাবাদ, প্ৰতীতিবাদ, প্ৰতীকবাদ, অভিব্যক্তিবাদ, দাদাবাদ, এবছাৰ্ডবাদ, অস্তিত্ববাদ, চিত্ৰকল্পবাদ, উত্তৰ আধুনিকতাবাদ আদি সাহিত্যৰ মতবাদসমূহৰ বিষয়ে লিখা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]