সমললৈ যাওক

সূত্ৰধাৰ (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সূত্ৰধাৰ

সূত্ৰধাৰ আলোচনীৰ প্ৰচ্ছদ ফটো, চতুৰ্থ বছৰ, দ্বিতীয় সংখ্যা, ১৯৯২
সম্পাদক হোমেন বৰগোহাঞি
প্ৰকাৰ আলোচনী
প্ৰকাশক অনিল কুমাৰ গগৈ
প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া

সূত্ৰধাৰ (ইংৰাজী: Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।[1]অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।[2]

সূত্ৰধাৰ আলোচনীখন ১৯৮৯ চনত প্ৰথম প্ৰকাশ হৈছিল। [2]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "মহাজীৱনৰ অস্তৰাগ". অসমীয়া প্ৰতিদিন. ১৩ মে', ২০২১. 
  2. 2.0 2.1 প্ৰতাপ বৰদলৈ (অক্টোবৰ, ২০১২). ইতিহাসৰ পাতত অসমৰ সংবাদ আৰু সাংবাদিকতা. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৩৩.