সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ সংসদত গৃহিত কৰা হয়৷ ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত সৈন্যসকলে কাৰ্য্য পৰিচালনাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰে৷