সমললৈ যাওক

সৰুপেটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰুপেটা
চহৰ
সৰুপেটা চহৰ
উপনাম: 
সৰুপেটা টাউন
সৰুপেটা is located in অসম
সৰুপেটা
সৰুপেটা
অসমৰ মানচিত্ৰত অৱস্থান
সৰুপেটা is located in ভাৰত
সৰুপেটা
সৰুপেটা
সৰুপেটা (ভাৰত)
স্থানাংক: 26°29′N 91°04′E / 26.49°N 91.07°E / 26.49; 91.07স্থানাংক: 26°29′N 91°04′E / 26.49°N 91.07°E / 26.49; 91.07
Country  ভাৰত
State Assam
District বজালী
চৰকাৰ
 • ধৰণ সৰুপেটা পৌৰ নিগম
 • পৰিচালনা সৰুপেটা পৌৰসভা কমিটি
উচ্চতা
৩৫ m (115 ft)
জনসংখ্যা
 (২০২২)
 • মুঠ ১৬৬২১২

সৰুপেটা (ইংৰাজী: Sorupeta) হৈছে বজালী জিলাৰ এখন সৰু চহৰ।[2] সৰুপেটা নগৰখন জিলা সদৰৰ পৰা প্ৰায় ১৮ কি.মি. আৰু গুৱাহাটীৰ পৰা প্ৰায় ১১৬ কি.মি.দূৰত্ব অৱস্থিত। ১৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিন অসমৰ মাটিত বঙাইগাঁৱৰ পৰা সৰুপেটা ষ্টেচনলৈ সফল পৰীক্ষামূলকভাৱে চলিছিল।

উৎপত্তি

[সম্পাদনা কৰক]

সৰুপেটা শব্দটোৰ উৎপত্তি হৈছে "সৰু" অৰ্থাৎ সৰু আৰু "পেটা" অৰ্থাৎ পুখুৰী, গতিকে সৰুপেটাৰ অৰ্থ হৈছে "সৰু পুখুৰী।" তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলৰ মানুহে সৰুপেটা নামটোকে মান্যতা দি প্ৰচলিত কৰিবলৈ ধৰিলে।

যাতায়াত

[সম্পাদনা কৰক]

স্থলপথেৰে, সৰুপেটা নগৰখন গুৱাহাটী বিমানবন্দৰৰ পৰা প্ৰায় ১২১ কিলোমিটাৰ( ৩ ঘণ্টা), বঙাইগাঁওৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ (২ ঘণ্টা) দূৰত্বত গাড়ী বা বাছেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উপস্থিত হ'ব পাৰি। ইয়াৰোপৰি ৰে'লযোগে, নিকটতম ৰে'ল ষ্টেচন হৈছে সৰুপেটা(SPQ)। সৰুপেটাৰ পৰা কেইবাখনো স্থানীয় ৰে'লগাড়ী আছে-

  1. GHY NBQ PASSENGER দৈনিক (৫৫৮১০) গুৱাহাটীৰ পৰা পুৱা ০৭:৪১ বজাত আহি উপস্থিত হয়। (পুৱা ০৫:০০ বজাৰ পৰা আৰম্ভ)
  2. NBQ GHY PASSENGER দৈনিক (৫৫৮০৯) নিউ বঙ্গাইগাওঁ পৰা আবেলি ০৬:১৭ বজাত আহি উপস্থিত হয়। (আবেলি ০৪:৪০ বজাৰ পৰা আৰম্ভ)
  3. SIFHUNG PASSENGER দৈনিক (৫৫৭৫৩) আলিপুৰদুৱাৰ জং পৰা ৰাতিপুৱা ০৭:৪৯ বজাত আহি উপস্থিত হয়। (ৰাতিপুৱা ০৪:০৫ বজাৰ পৰা আৰম্ভ)
  4. SIFHUNG PASSENGER দৈনিক (৫৫৭৫৪) গুৱাহাটীৰ পৰা আবেলি ০৬:১৬ বজাত আহি উপস্থিত হয়। (আৰম্ভ আবেলি ০৩:20)
  5. MANAS RHINO PASSENGER দৈনিক (55801) নিউ বঙ্গাইগাওঁ পৰা ৰাতিপুৱা ০৫:৫৮ বজাত আহি উপস্থিত হয়। (আৰম্ভ ৰাতিপুৱা ০৪.৪০ বজাত)
  6. MANAS RHINO PASSENGER দৈনিক (55802) গুৱাহাটীৰ পৰা আবেলি ০৮:০৪ বজাত আহি উপস্থিত হয়। (আৰম্ভ আবেলি ০৫:৩০ বজাত)

শৈক্ষিক প্ৰতিষ্ঠান

[সম্পাদনা কৰক]
  • অসম গ্ৰামীণ বিকাশ বেংক, শালবাৰী শাখা
  • ষ্টেট বেংক অফ ইণ্ডিয়া, সৰুপেটা শাখা
  • পাঞ্জাব নেশ্যনেল বেংক, সৰুপেটা শাখা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sarupeta". mapsofindia.com. https://www.mapsofindia.com/villages/assam/barpeta/sarupeta/। আহৰণ কৰা হৈছে: 17 September 2024. 
  2. "SARUPETA, BAJALI, ASSAM". pincode.org.in. https://pincode.org.in/assam/Bajali/s/sarupeta। আহৰণ কৰা হৈছে: 2015-09-18.