সমললৈ যাওক

সৰু ক'লা শংখচূড় সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰু ক'লা শংখচূড় সাপ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
সাম্ৰাজ্য: Eukaryota
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Elapidae
গণ: Bungarus
প্ৰজাতি: B. lividus
বৈজ্ঞানিক নাম
Bungarus lividus
কেণ্টৰ, ১৮৩৯
সৰু ক'লা শংখচূড় সাপৰ বিতৰণ

সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি[2][3][4] এই সাপবিধৰ বৈজ্ঞানিক নামৰ নিৰ্দিষ্ট উপাংশটো লেটিন “লিভিডাছ” (lividus) শব্দৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নীলা ধাতৱ ৰং” বা “সীহৰ ৰং”, সাপবিধৰ দেহৰ বৰণটোক বুজায়।

সৰু ক'লা শংখচূড় সাপ এবিধ যথেষ্ট সৰু আকাৰৰ সাপ। শৰীৰ মসৃণ আৰু ক’লাৰ পৰা নীলা-ক’লা ৰঙৰ। ওপৰৰ ওঁঠটো বগা বৰণৰ। পেটৰ বাকলিবোৰ বগা আৰু ধূসৰ। চকু দুটা সৰু, ক’লা আৰু চকুৰ মণি ঘূৰণীয়া। চকু দুটা থুঁতৰিৰ বেছি ওচৰত থাকে। পিঠিৰ বাকলিবোৰ মিহি আৰু আকাৰত সৰু।[5]

সৰু ক'লা শংখচূড় সাপ ভাৰত (উত্তৰ বংগ, উত্তৰ-পূব ভাৰত), বাংলাদেশ আৰু নেপালত পোৱা যায়।[6]অসমৰ এবিধ স্থানীয় সাপ।

সৰু ক'লা শংখচূড় সাপ মূলতঃ এবিধ সৰ্পভক্ষী (ophiophagous), অৰ্থাৎ ই অন্য সাপ চিকাৰ কৰে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Limbu, K.P.; Ghosh, A.; Das, A.; Giri, V. (2022). Bungarus lividus. 2022. p. e.T127914543A219117279. doi:10.2305/IUCN.UK.2022-2.RLTS.T127914543A219117279.en. 
  2. Bungarus lividus-ৰ বিষয়ে তথ্য Reptarium.cz সৰীসৃপ ডাটাবেছত, আহৰণ কৰা হৈছে 14 July 2020।
  3. Harding, K.A.; Welch, K.R.G. (1980). Venomous Snakes of the World: A Checklist. Toxicon: Supplement. Pergamon Press. পৃষ্ঠা. 8. ISBN 978-0-08-025495-1. https://books.google.com/books?id=1mAMAQAAIAAJ। আহৰণ কৰা হৈছে: 9 June 2019. 
  4. "Lesser Black Krait ( Bungarus lividus Cantor, 1839 )". indiansnakes.org. http://indiansnakes.org/content/lesser-black-krait। আহৰণ কৰা হৈছে: 8 May 2019. 
  5. Das, Abhijit 2018. Notes on Snakes of the Genus Bungarus (Serpentes: Elapidae) from Northeast India. in: C. Sivaperuman, K. Venkataraman (eds.), Indian Hotspots, Springer
  6. "Small, secretive & highly venomous snake seen for first time in Nepal’s hills". Mongabay. 1 February 2024. https://news.mongabay.com/2024/02/small-secretive-highly-venomous-snake-seen-for-first-time-in-nepals-hills/. 

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Boulenger, G.A. 1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis. London. xviii, 541 pp.
  • Cantor, T.E. 1839. Spicilegium serpentium indicorum [parts 1 and 2]. Proc. Zool. Soc. London 7: 31–34, 49–55.
  • Slowinski, J. B. 1994. A phylogenetic analysis of Bungarus (Elapidae) based on morphological characters. Journal of Herpetology 28(4):440-446.