হোলিকা দহন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হোলীকা দহনৰ পৰা পুনঃনিৰ্দেশিত)
হোলিকা দহন
হোলিকা দহন
নেপালকাঠমাণ্ডুত মহিলাসকলৰ হোলিকা দহনৰ বাবে প্ৰস্তুতি
প্ৰকাৰ হিন্দু
আৰম্ভ হয় ফাগুন পূৰ্ণিমা
তাৰিখ ফেব্ৰুৱাৰী–মাৰ্চ
উদযাপন হোলিকা দহনৰ পিছৰ দিন
হোলীত: আনৰ ওপৰত ৰং চুটিয়ায়, নাচে, ইজনৰ ওচৰলৈ যায়, পাৰ্টি কৰে; মহোৎসৱ খাদ্য গ্ৰহণ কৰে
সম্পৰ্কিত হোলী

হোলিকা দহন (ইংৰাজী: Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

তাৎপৰ্য[সম্পাদনা কৰক]

হোলীত সন্ধিয়া হোলী প্ৰজ্বলন, দিল্লী, ২০১২

হোলীৰ আগৰ ৰাতি উত্তৰ ভাৰত, নেপাল আৰু দক্ষিণ ভাৰতৰ কিছু স্থানত ঐতিহ্যগতভাৱে জুই জ্বলোৱা হয়।[1] যৌৱকসকলে সেইদিনা বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰে আৰু হোলিকাৰ দহনত সেইবোৰ জ্বলাই দিয়ে।

এইটো উল্লেখ কৰাৰ প্ৰয়োজন যে, ভাৰতৰ বহুতো স্থানত এই দিনটোক হোলীৰ পৰিৱৰ্তে হোলিকা দহন বোলা হয়। প্ৰহ্লাদৰ কাহিনীৰ সৈতে সম্পৰ্কিত আৰু কিছু কামও কৰা হয়, কিন্তু হোলিকাৰ জুইত জ্বলাই দিয়া কাৰ্যটোই ইয়াৰ মুখ্য কাৰ্য। ইয়াৰ দ্বাৰা ৰজা হিৰণ্যকশিপুৰ আসুৰিক শক্তিতকৈ ভক্তিৰ শক্তি যে বেছি - এইটো প্ৰকাশ কৰা হয়, প্ৰহ্লাদ বহুতো অত্যাচাৰৰ পিছতো তেওঁ বিশ্বাস হেৰোৱা নাছিল।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http: //www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/forests-bear-the-brunt-of-holi/article4552974.ece