সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
←০ ২→
অংকবাচক one
পূৰণবাচক প্ৰথম
(first)
Greek numeral Α´
Roman numeral I
বাইনেৰি 12
Ternary 13
Quaternary 14
Quinary 15
Senary 16
Octal 18
Duodecimal 112
Hexadecimal 116
Vigesimal 120
Base 36 136
টাই-আহোম ভাষা 𑜱

১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।[1] কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। [2]। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা। অসমত ১ বুজাবলৈ অসমীয়া ভাষাৰ ১ আৰু আহোম ভাষাৰ 𑜱 বুজোৱা হয়।

১ৰ যুগাত্মক প্ৰতিলোম

[সম্পাদনা কৰক]

১ৰ যুগাত্মক প্ৰতিলোম, বা যি সংখ্যাৰে ১ক যোগ কৰিলে '' পোৱা যায়, হ'ল '-১'। [3] ১ +(-১) = ১ - ১ = ০।

গুণক পৰিচয় বৈশিষ্ট্য

[সম্পাদনা কৰক]

গুণক পৰিচয় মানে, যদি কোনো সংখ্যাক '১'ৰে পুৰণ কৰা হয়, তেতিয়া সেই সংখ্যাৰ পৰিচয় সলনি নহয়, অৰ্থাৎ উত্তৰত সেই সংখ্যাকেই পোৱা যায়। [4] যেনে, ১ × ৫ = ৫, ১ × ২২.২৩৫ = ২২.২৩৫ আদি।

১ৰ গুণনীয়ক

[সম্পাদনা কৰক]

১ৰ এটাই মাত্ৰ গুণনীয়ক আছে, '১' নিজেই।[5] অৰ্থাৎ এক মৌলিক সংখ্যাও নহয়, আৰু যৌগিক সংখ্যাও নহয়।[6]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


  1. xobdo.org search result(click Description)
  2. http://dictionary.reference.com/browse/one
  3. http://www.studyzone.org/mtestprep/math8/e/add_inv6l.cfm "1 + -1 = 0"
  4. "আৰ্কাইভ কপি". Archived from the original on 2014-10-22. https://web.archive.org/web/20141022005017/http://coolmath.com/prealgebra/06-properties/08-properties-multiplicative-identity-01.htm আহৰণ কৰা হৈছে: 2014-10-22.
  5. http://factorzone.tripod.com/1-50.htm[সংযোগবিহীন উৎস]
  6. http://www.aaamath.com/fra63ax2.htm
  1. https://www.coolmathgamesrun.co/run-3/ Archived 2019-08-01 at the Wayback Machine