অসমীয়া ৱিকিপিডিয়াৰ পৰা
←১ ৩→
অংকবাচক two
পূৰণবাচক দ্বিতীয়
(second)
Factorization prime
Greek numeral Β´
Roman numeral II
বাইনেৰি 102
Ternary 23
Quaternary 24
Quinary 25
Senary 26
Octal 28
Duodecimal 212
Hexadecimal 216
Vigesimal 220
Base 36 236

২ হ'ল ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।[1]

গণিতত ২[সম্পাদনা কৰক]

২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।[2], এটি ৰামানুজ যুগ্ম সংখ্যা[3]

২ৰ গুণনীয়ক[সম্পাদনা কৰক]

২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২[4] অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু[5] একমাত্ৰ যুগ্ম মৌলিক সংখ্যা[6]

২ৰে বিভাজ্য সংখ্যা[সম্পাদনা কৰক]

২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।[7] যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।[8]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://xobdo.org/# search result
  2. https://primes.utm.edu/top20/page.php?id=2 2 is listed in Sophie Germain primes list
  3. http://planetmath.org/ramanujanprime 2 is shown to be a Ramanujan Prime
  4. http://factorzone.tripod.com/1-50.ht[সংযোগবিহীন উৎস] ৰ মতে
  5. http://mathworld.wolfram.com/PrimeNumber.html states "....the smallest prime is therefore 2.
  6. http://www.factmonster.com/math/numbers/prime.html ৰ মতে
  7. search result of http://xobdo.org/#
  8. http://www.factmonster.com/ipka/A0876700.html