ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)
অৱয়ব
(২০১৩-১৪ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকাৰ পৰা পুনঃনিৰ্দেশিত)
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
| # | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
|---|---|---|---|---|
| ১ | থিয়েটাৰ ভাগ্যদেৱী (সুবোধ মজুমদাৰ) |
বেইমান | চম্পক শৰ্মা | চম্পক শৰ্মা, জয়ন্ত দাস, অৰুণ বেজবৰুৱা, যোগেশ কাশ্যপ, মৃণালদীপ গোস্বামী, দীপাংকৰ বৰা, দেৱীস্মিতা, বৰ্ণালী শইকীয়া, মুন শইকীয়া, পল্লৱী মেধি আৰু অৰূপ বৈশ্য[1] |
| মই উজনিৰ তুমি নামনিৰ | চম্পক শৰ্মা | |||
| মোক স্বামী নালাগে | ভবেন বৰুৱা | |||
| ২ | ইতিহাস থিয়েটাৰ (মহানন্দ কুমাৰ) |
ডকাইত | অভিজিত ভট্টাচাৰ্য | যতীন বৰা[2] |
| ৩ | থিয়েটাৰ বীণাপাণি (ৰামদাস বৰ্মন) |
অন্ধ দেৱতা | অৱতাৰ সিং | হৰগোবিন্দ বৰ্মন, ৰাতুল শইকীয়া, দিগন্ত চৌধুৰী, জোন ডেকা, গৌতমৰাজ পাৰ্থ, ধন বৰদলৈ, টিকু, সঞ্জীৱ, লুকু, পম্পী শইকীয়া, মৌচুমী শৰ্মা, বৰ্ণালী পাঠক আদি[3] |
| মাজনিশাৰ অতিথি | জিতেন বৰ্মন | |||
| সেন্দুৰৰ খেল | ৰমা বৰ্মন | |||
| (নাম স্থিৰ হোৱা নাই) | সমৰেন্দ্ৰ বৰ্মন | |||
| ৪ | ৰামধেনু থিয়েটাৰ (দুলুমনি কুমাৰ) |
নিলাজ নিশাৰ চিঞৰ | অৰূপ বৰা, তাৰক দাস, শ্ৰীমন্ত মাধৱ, স্মাইলী বৰুৱা, মনীষা ইত্যাদি[4] | |
| প্ৰিয়া মিলন | ||||
| মহাত্মা | ||||
| ৫ | প্ৰাগজ্যোতিষ থিয়েটাৰ (হৰেকৃষ্ণ দাস আৰু দীপ দাস) |
খলনায়ক | অভিজিৎ ভট্টাচাৰ্য | পল ফুকন, ভূপেন ডেকা, মুকিব আহমেদ, প্ৰদীপ বৰা, চম্পক শৰ্মা, আগষ্টি ফুকন, কৰবী গগৈ আদি[5] |
| বেনাম বাদশ্বাহ | অৱতাৰ সিং | |||
| এখনি আলসুৱা হৃদয় | নিৰ্মল দাস | |||
| ৬ | বৃন্দাবন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম)) |
মৰমৰ সূৰুয | অভিজিৎ ভট্টাচাৰ্য | উৎপল দাস, মৃদুল ভূঞা, চিন্ময় কটকী, পংকজ পূজাৰী, বীৰেণ ভূঞা, ৰিতুপৰ্ণ ফুকন, প্ৰিয়ংকা বৰুৱা, অৰ্চনা পূজাৰী আদি[6] |
| শ্মশান যাত্ৰা | অভিজিৎ ভট্টাচাৰ্য | |||
| দেৱদাস | উজ্বল ৰবিৰাজ | |||
| ৭ | শংকৰদেৱ থিয়েটাৰ (বিশ্ব শইকীয়া) |
কৃপণ দেউতাৰ গোপন কথা (পৰিচালনাঃ চম্পক শৰ্মা) |
চম্পক শৰ্মা | অৰুণ হাজৰিকা, স্পন্দন, চিমি, পৱিত্ৰপ্ৰাণ বৰা, অবিনাশ হাজৰিকা, ৰিতুৰাজ, কাকু কাকতি, পল্লৱী বৰা, দীপালী বৈশ্য, জ্যোতিশিখা, বৰ্ণালী দত্ত (শিশুশিল্পী) আদি[7] |
| চুমা (পৰিচালনাঃ ৰাজেশ ভূঞা) |
সমৰেন্দ্ৰ বৰ্মন | |||
| ডাক বঙলা | ডা. আক্ৰাম হাইদৰ | |||
| ৮ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) |
তগৰ | অভিজিৎ ভট্টাচাৰ্য | শ্যামন্তিকা শৰ্মা, জেফি বক্সী, অশ্বিনী বৰুৱা, বিকাশ ভৰদ্বাজ, ঋতুৰাজ মহন্ত, যতীনজিৎ বৰা, ভূপেন মেধি, অভিজিৎ গোস্বামী, বিমল তালুকদাৰ, ৰাণা আহমেদ, জোনালী দেৱী, নীলিমা ডেকা, দীপান্বিতা লহকৰ আদি[8] |
| মনালিছাৰ আজি জন্মদিন | অভিজিৎ ভট্টাচাৰ্য | |||
| নীলকণ্ঠ | ড. ভৱেন্দ্ৰ নাথ শইকীয়া | |||
| ৯ | নটসূৰ্য থিয়েটাৰ (জগদীশ গগৈ) |
মন হীৰা দৈ | বলীন বৰুৱা | জিতেন কোঁৱৰ, ডালিম মেধি, ৰবীন কোঁৱৰ, চন্দন বৰা, দ্বীপ বৰা, ৰাকেশ শৰ্মা, জিতু বৰা, জোনালী শইকীয়া, মৌচুমী গগৈ, সুমিত্ৰা গগৈ, বেবী দেৱী ৰাতুল দাস আদি[9] |
| কোনে জানে তোমাৰ সপোন | উগ্ৰ মেনা | |||
| অভিমানী বন্ধু | ক্ষীতিশ বৰা | |||
| ১০ | আশীৰ্বাদ থিয়েটাৰ (ৰবীন নেওগ) |
অগ্নিপুত্ৰ | ধ্ৰুৱজ্যোতি শৰ্মা | ৰবি শৰ্মা, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা, জয়ন্ত, ৰাণী বেগম, আৰু অংকিতা শইকীয়া আদি[10] |
| দয়ানায়ক | অভিজিৎ ভট্টাচাৰ্য | |||
| ৰণুৱা ঘোঁৰাৰ খোজ | অভিজিৎ ভট্টাচাৰ্য | |||
| ১১ | কহিনুৰ থিয়েটাৰ (ৰতন লহকৰ) |
দেৱদাস | অভিজিৎ ভট্টাচাৰ্য | তপন দাস |
| এদিন তুমি আহিবাই | অভিজিৎ ভট্টাচাৰ্য | |||
| আকাশৰ দৰে মন | হেমন্ত দত্ত | |||
| ১২ | ৰাজতিলক থিয়েটাৰ (দুলুমনি দাস, পৃষ্ঠপোষক: সুশান্ত বিশ্ব শৰ্মা) |
অভিনেত্ৰী | অভিজিৎ ভট্টাচাৰ্য | প্ৰস্তুতি পৰাশৰ, পৰাগ শৰ্মা, অৰুণ বৰা, নিৰঞ্জন দাস, নাজিমূল ইছলাম, কৃষ্ণমণি নাথ, অৰ্চনা বৰা ইত্যাদি।[11] |
| মহাৰাণী | অভিজিৎ ভট্টাচাৰ্য | |||
| শিপা | সেৱাব্ৰত বৰুৱা |
লগতে চাওক
[সম্পাদনা কৰক]২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
- ↑ চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
- ↑ পৰিপূৰিকা, আমাৰ অসম, পৃষ্ঠা ৪, ১৩ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ বহুমুখ (পৰিপূৰিকা, আমাৰ অসম), চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা, আমাৰ অসম), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ আগষ্ট, ২০১৩
| ||||||||||||||