থিয়েটাৰ সূৰ্য্য
| থিয়েটাৰ সূৰ্য্য | |
|---|---|
| ঠিকনা | সৰ্থেবাৰী, অসম |
| দেশ | ভাৰত |
| স্বতাধিকাৰী | মুনীন্দ্ৰ বৰ্মন |
| প্ৰাৰম্ভ | ২০১৫ |
| http://facebook.com/theatresurjya | |
থিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ জন্ম দিয়ে মুনীন্দ্ৰ বৰ্মনে। বিশাল আয়োজনেৰে ২০১৫-১৬ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নৱ সংযোজন ঘটা থিয়েটাৰ সূৰ্য্যই।
ব্যয়বহুল প্ৰযোজনাৰে ভ্ৰাম্যমাণৰ জগতত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে থিয়েটাৰ সূৰ্য্য। ২০১৫-১৬ বৰ্ষত অভিনীত নাট্যদলটোৰ প্ৰধান অভিনেতা-অভিনেত্ৰী সকল হৈছে - তপন দাস, চিন্ময় কটকী, ৰাজকুমাৰ, দেৱীস্মীতা আৰু ভ্ৰান্তি মেধি। ২০১৬-১৭ নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা।
নাটকৰ সূচী
[সম্পাদনা কৰক]| বৰ্ষ | নাটক | নাট্যকাৰ | অভিনয়ত |
|---|---|---|---|
| ২০১৫–১৬ | আৰ্মি | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, ৰাজকুমাৰ, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি। |
| ভগৱান | |||
| দণ্ডনায়ক | সেৱাব্ৰত বৰুৱা | ||
| ২০১৬–১৭ | ত্যাজ্যপুত্ৰ | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি। |
| ব'ডিগাৰ্ড | |||
| মন্ত্ৰী মহোদয় | |||
| ২০১৭–১৮ | মহানায়ক | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, ইতি ফুকন, মৃদুল ভূঞা আদি। |
| ককাদেউতা নাতি আৰু হাতী | |||
| দাদাগিৰি | |||
| ২০১৮–১৯ | মৰমৰ সদাগৰ | অভিজিৎ ভট্টাচাৰ্য | উৎপল দাস, মুনমী ফুকন, সঞ্জীৱ শৰ্মা আদি। |
| এজনী বোৱাৰীৰ মৃত্যু | |||
| কলিজা | |||
| ২০১৯–২০ | মাফিয়া কৰ্ণ | অভিজিৎ ভট্টাচাৰ্য | সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস, মৃদুল ভূঞা আদি। |
| ইমান মৰম কিয় লাগে | |||
| মহাৰণ | মৃদুল চুতীয়া | ||
| ২০২২–২৩ | মই সেন্দুৰ নলওঁ | অভিজিৎ ভট্টাচাৰ্য | সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস আদি। |
| শকুন্তলা | |||
| পৰশুৰামৰ প্ৰেয়সী | প্ৰশান্ত মেনা | ||
| ২০২৩–২৪ | ফুলশয্যাত জুই | অভিজিৎ ভট্টাচাৰ্য | মৃদুল ভূঞা, পল্লৱী ফুকন আদি। |
| মোৰ কেঁচুৱাই কান্দিছে | |||
| কাৰাগাৰত কলিজা | প্ৰশান্ত মেনা |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||