ৰাজফেঁটী সাপ
এইটো এটা অনুদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ৰাজফেঁটী সাপ (King cobra) | |
---|---|
![]() | |
A captive king cobra in Puttur, India | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Ophiophagus |
Species: | O. hannah |
দ্বৈৰাশিক নামকৰণ | |
Ophiophagus hannah Cantor, 1836 | |
![]() | |
Distribution of the king cobra
| |
Synonyms | |
Genus-level:
|
ৰাজফেঁটী সাপ (ইংৰাজী: king cobra, বৈজ্ঞানিক নাম-Ophiophagus hannah) পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপ (venomous snake)ৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷[1] এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ৰাজফেঁটী সাপক বিভিন্ন কাৰণত জনমানসত বিপদজনক বুলি গণ্য কৰা হয়৷
বিৱৰণ[সম্পাদনা কৰক]
ৰাজফেঁটী সাপৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩-৪ মিটাৰ আৰু ওজন প্ৰায় ৬ কিলোগ্ৰাম হোৱা দেখা যায়৷
ইয়াৰ গাৰ ছালৰ বৰণ জলফাই বৰণীয়া হয়৷ সমগ্ৰ দেহটোত পাতল হালধীয়া আঁচ কিছুমান ঘুৰণীয়াকৈ থাকে৷ ইয়াৰ পেট অংশ শেঁতা বগা বা হালধীয়া হয়৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Mehrtens, John (1987). Living Snakes of the World. প্ৰকাশক New York: Sterling. ISBN 0-8069-6461-8.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৰাজফেঁটী সাপ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিপ্ৰজাতিত Ophiophagus hannah সম্পৰ্কে অধিক তথ্য আছে |