ৰীমা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীমা বৰা
জন্ম অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ
উল্লেখযোগ্য কৰ্ম বকুল (চলচ্চিত্ৰ)

ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা।[1] ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়।[2][3] ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।[4] তেওঁৰ দ্বাৰা পৰিচালিত চুটিছবি Echoes of Silence ৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।[5][6]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]