ৰীমা বৰা
অৱয়ব
ৰীমা বৰা | |
---|---|
জন্ম | অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ |
উল্লেখযোগ্য কৰ্ম | বকুল (চলচ্চিত্ৰ) |
ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা।[1] ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়।[2][3] ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।[4] তেওঁৰ দ্বাৰা পৰিচালিত চুটিছবি Echoes of Silence ৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।[5][6]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]- চটক[2]
- সিহঁতৰ কথা (চুটি ছবি)
- Echoes of Silence
- বকুল (চলচ্চিত্ৰ)
- নৈ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Reema Borah Director". https://www.imdb.com/name/nm7745798/। আহৰণ কৰা হৈছে: 14 July 2022.
- ↑ 2.0 2.1 "বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা – (ননি)". মুক্ত চিন্তা. https://muktosinta.org/bisarilu-xunor-khoni/। আহৰণ কৰা হৈছে: 14 July 2022.
- ↑ বৰুৱা দাস,বৰ্ণালী. "‘বকুল’ : হেৰোৱা সুবাস বিচাৰি". মুক্ত চিন্তা. https://muktosinta.org/bokul/। আহৰণ কৰা হৈছে: 14 July 2022.
- ↑ Bhuyan,Pranab Jyoti. "I express my thoughts and emotions through my films, says Reema Borah". https://www.dnaindia.com/mumbai/report-i-express-my-thoughts-and-emotions-through-my-films-says-reema-borah-1937159। আহৰণ কৰা হৈছে: 14 July 2022.
- ↑ "awards won by zubeen garg at gomolo.com". gomolo.com. Archived from the original on 8 October 2015. https://web.archive.org/web/20151008042606/http://www.gomolo.com/awards-won-by-zubeen-garg/6236। আহৰণ কৰা হৈছে: 4 September 2015.
- ↑ "A weekend of award-wining films from the city". https://timesofindia.indiatimes.com/city/pune/a-weekend-of-award-wining-films-from-the-city/articleshow/5087720.cms। আহৰণ কৰা হৈছে: 14 July 2022.