ৰেনেছাঁ অসম বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিৱৰণ অসমৰ সাহিত্য-সংস্কৃতিলৈ অৱদানৰ বাবে
অৱস্থান অসম

ৰেনেছাঁ অসম বঁটা হৈছে ২০১২ চনৰপৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এক বঁটা। অসমৰ সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে নগাঁৱৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ ২৫,০০০ টকা, স্মাৰক আৰু অন্যান্য। ২০১২ চনত প্ৰথম বৰ্ষত এই সন্মান লাভ কৰে সংগীতশিল্পী তৰালি শৰ্মাই। ২০১৪ চনত আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হয়।[1]


বঁটা লাভকৰোঁতা[সম্পাদনা কৰক]

বৰ্ষ ব্যক্তি বিষয়
২০১২ তৰালি শৰ্মা[1] সংগীত
২০১৩ অনুৰাধা শৰ্মা পূজাৰী[1] সাহিত্য, সংবাদসেৱা
২০১৪ জুবিন গাৰ্গ[1] সংগীত

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা". আমাৰ অসম. ১৩ মাৰ্চ ২০১৫.