ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জুন-২০১৫/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্বাচিত চিত্ৰ

সত্ৰনগৰী মাজুলীৰ বিখ্যাত আউনিআটী সত্ৰৰ সিংহাসন ভাগৰ আলোকচিত্ৰ। সিংহাসন ভাগত সুন্দৰকৈ সজাই থোৱা পিতলৰ শঁৰাই, গছা, ফুল কাপোৰ, বৰবিচনী, ঠপনা, ঠগা, আদি পৰিলক্ষিত হৈছে।

নিতুল বৰা
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...