ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:Yৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিপিডিয়া সাহায্য কেন্দ্ৰলৈ আপোনাক আদৰণি জনাইছোঁ
  • এই পৃষ্ঠাখন ৱিকিপিডিয়াৰ ব্যৱহাৰ বা সম্পাদনাৰ প্ৰশ্নৰ বাবেহে।
  • তথ্যগত বা আন ধৰণৰ প্ৰশ্নৰ বাবে অনুসন্ধান পেৰা বা তথ্য কেন্দ্ৰ ব্যৱহাৰ কৰক।
  • অনুগ্ৰহ কৰি ইয়াত আপোনাৰ ই-মেইল আই ডি উল্লেখ নকৰে যেন।
  • উত্তৰ দিয়াত পলম হ'লে অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰে যেন।
সততে উদিত হোৱা প্ৰশ্নসমূহৰ উত্তৰ (FAQ) পঢ়ক বা অনুসন্ধান কৰক
সাহায্য কেন্দ্ৰৰ আৰ্কাইভত অনুসন্ধান কৰক
আজিৰ দিনটোৰ প্ৰশ্নসমূহ · তললৈ যাওক · বিশেষ সহায় সেৱা · সাঁচি থোৱা আলোচনা · উত্তৰ কেনেকৈ দিব


চমুপথবোৰ:
WP:HELPDESK
WP:HD
WP:Y



সংৰক্ষিত পাঠ

আৰ্কাইভ ১ (২০১২)

Information on Birendra Nath Dutta[সম্পাদনা কৰক]

I have created an article on en:Birendra Nath Dutta. He is a folk lore researcher from Assam. Could someone provide few onlinse Assamese language newspaper sources on him which I can add in the article. Please ping me at my English Wikipedia talk page en:User_talk:Titodutta. Thanks! --Titodutta (talk) 02:46, 13 মাৰ্চ 2013 (UTC)

Done, Please see Birendra Nath Datta's talk page. বিষ্ণু শইকীয়া 06:52, 13 মাৰ্চ 2013 (UTC)
No actually few sources/references (not external links) were needed for this: en:Template:Did you know nominations/Birendra Nath Dutta where the reliability of Saikia's website has been challenged! The only Assamese language source in the Assamese language article seems to be dead. Any other newspaper covering his works? --Titodutta (talk) 07:00, 13 মাৰ্চ 2013 (UTC)

সদস্য নাম[সম্পাদনা কৰক]

মোৰ সদস্য নামটোত ভুলকৈ এটা P থাকি গল| মই সদস্য নামটো কত সলনি কৰিব পাৰিম?

চিত্ৰ সম্পৰ্কীয়[সম্পাদনা কৰক]

তলত দিয়া লিংকৰ চিত্ৰখন মই আপলোড কৰিছিলো। কিন্তু মোৰ বৰঙণি অনুসন্ধান কৰিলে চিত্ৰখন দেখা পোৱা নাযায় কিয়? https://as.wikipedia.org/wiki/চিত্ৰ:DhemajiStatue.JPG -বিতোপন গগৈ

মূল ছবিখন এতিয়া মিডিয়া ফাইলৰ ভঁৰাল ৱিকিমিডিয়া কমন্সত আছে (https://commons.wikimedia.org/wiki/File:DhemajiStatue.JPG )। সেইবাবে অসমীয়া ৱিকিপিডিয়াত আপোনাৰ বৰঙণি চালে ছবিখন নাপায়। — গীতাৰ্থ বৰদলৈ (talk) 17:58, 21 মে' 2015 (UTC)

errors detected by the Check Wiki project[সম্পাদনা কৰক]

errors detected by Check Wiki project can be fixed using WPCleaner. i assume it requies admin to enable and configure. i request to enable on our wiki. thank you. Gunyam (বাৰ্তা) 02:33, 13 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]