ধুবুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dhubriৰ পৰা পুনঃনিৰ্দেশিত)
ধুবুৰী
Dhubri
—  নগৰ  —
Dhubunir Ghat.JPGধুবুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ নিতাই ধুবুনী ঘাট
ধুবুৰী is located in Assam
ধুবুৰী
অসম (ভাৰত)ৰ মেপত ধুবুৰী
ভৌগোলিক স্থানাংক: 26°01′N 90°00′E / 26.02°N 90°E / 26.02; 90স্থানাংক: 26°01′N 90°00′E / 26.02°N 90°E / 26.02; 90
ৰাষ্ট্ৰ ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী
জনসংখ্যা (২০০১)
 - মুঠ ৬৩,৯৬৫ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
পিন ৭৮৩৩০১
ৱেবছাইট dhubri.nic.in

ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]