সদস্য বাৰ্তা:Gitartha.bordoloi
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e4/WikiDefender_Barnstar_Hires.png/100px-WikiDefender_Barnstar_Hires.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/27/Goldenwiki_2.png/100px-Goldenwiki_2.png)
কৰ্মশালাৰ সোণালী পদক[সম্পাদনা কৰক]
- ধন্যবাদ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:58, 28 June 2023 (ইউ.টি.চি.)
ৱিকিউৎসৰ ভোটাতৰা[সম্পাদনা কৰক]
![]() |
ৱিকিউৎসৰ ভোটাতৰা | |
শেহতীয়াকৈ অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি তুমি যি অমূল্য অৱদান আগবঢ়ালা তাৰে সামান্য স্বীকৃতি হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ তোমাক এই পদকটো প্ৰদান কৰিছোঁ। -Joli Rumi (বাৰ্তা) 20:16, 28 July 2023 (ইউ.টি.চি.) |
Invitation to Rejoin the Healthcare Translation Task Force[সম্পাদনা কৰক]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Wiki_Project_Med_Foundation_logo.svg/125px-Wiki_Project_Med_Foundation_logo.svg.png)
You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)
ৱিকি সজাগতা পদক[সম্পাদনা কৰক]
মহাত্মা গান্ধী এডিটাথন, ২০২৩[সম্পাদনা কৰক]
![]() |
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপোনাৰ উৎসাহ আৰু আপুনি আগবঢ়োৱা পৰামৰ্শ আৰু অৱদানৰ বাবে আপোনাৰ আন্তৰিক শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা। |
JyotiPN (বাৰ্তা) 04:13, 12 October 2023 (ইউ.টি.চি.)JyotiPN
কৃতজ্ঞতা আৰু অভিনন্দন[সম্পাদনা কৰক]
![]() |
কৃতজ্ঞতা আৰু অভিনন্দন | |
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷ প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ |