এম’নিয়া
| |||
নামসমূহ | |||
---|---|---|---|
IUPAC নাম
এজেন
| |||
অন্যান্য নাম
হাইড্ৰ'জেন নাইট্ৰাইড
ট্ৰাইহাইড্ৰ'জেন নাইট্ৰাইড | |||
চিনাক্তকাৰীসমূহ | |||
ত্ৰিমাত্ৰীয় আৰ্হি (JSmol)
|
|||
3DMet | {{{3DMet}}} | ||
3587154 | |||
ChEBI | |||
ChemSpider | |||
ECHA InfoCard | 100.028.760 | ||
EC Number | |||
79 | |||
KEGG | |||
MeSH | Ammonia | ||
PubChem CID
|
|||
RTECS number | {{{value}}} | ||
UNII | |||
UN number | 1005 | ||
| |||
| |||
ধৰ্মসমূহ | |||
NH3 | |||
ম'লাৰ ভৰ | 17.031 g/mol | ||
ৰূপ | বৰণহীন গেছ | ||
গোন্ধ | শক্তিশালী তীব্ৰ গোন্ধ | ||
ঘনত্ব | 0.86 kg/m3 (1.013 bar উতলাংকত) 0.769 kg/m3 (STP)[1] | ||
গলনাংক | সাঁচ:Convert/−1 °C (সাঁচ:Convert/F K) (Triple point at 6.060 kPa, 195.4 K) | ||
উতলাংক | সাঁচ:Convert/−1 °C (সাঁচ:Convert/F K) | ||
47% w/w (0 °C) 31% w/w (25 °C) 18% w/w (50 °C)[4] | |||
দ্ৰৱণীয়তা | ক্ল'ৰ'ফৰ্ম, ইথাৰ, ইথানল, মিথানলত দ্ৰৱণীয় | ||
বাস্পীয় চাপ | 857.3 kPa | ||
আম্লিকতা (pKa) | 32.5 (−33 °C),[5] 10.5 (DMSO) | ||
ক্ষাৰগ্ৰাহিতা (pKb) | 4.75 | ||
চৌম্বিক প্ৰৱণতা (χ)
|
-18.0·10−6 cm3/mol | ||
প্ৰতিসৰণাংক (nD)
|
1.3327 | ||
সান্দ্ৰতা | 0.276 cP (−40 °C) | ||
গঠন | |||
C3v | |||
ট্ৰাইগ'নেল পিৰামিড | |||
1.42 D | |||
তাপৰসায়ন | |||
Std molar
entropy (S |
193 J·mol−1·K−1[6] | ||
Std enthalpy of
formation (ΔfH |
−46 kJ·mol−1[6] | ||
বিপদসমূহ | |||
Safety data sheet | ICSC 0414 (এনহাইড্ৰাছ) | ||
GHS pictograms | [7] | ||
H221, H280, H314, H331, H400[7] | |||
P210, P261, P273, P280, P305+351+338, P310[7] | |||
EU classification (DSD)
|
T C N | ||
R-phrases | R10, R23, R34, R50 | ||
S-phrases | (S1/2), S9, S16, S26, S36/37/39, S45, S61 | ||
NFPA 704 | |||
Flash point | দাহ্য গেছ | ||
651 °C (সাঁচ:Convert/F K) | |||
Explosive limits | 15–28% | ||
Lethal dose or concentration (LD, LC): | |||
LD50 (median dose)
|
0.015 mL/kg (human, oral) | ||
LC50 (median concentration)
|
40,300 ppm (এন্দুৰ, 10 min) 28595 ppm (এন্দুৰ, 20 min) 20300 ppm (এন্দুৰ, 40 min) 11590 ppm (এন্দুৰ, 1 hr) 7338 ppm (এন্দুৰ, 1 hr) 4837 ppm (নিগনি, 1 hr) 9859 ppm (শহাপহু, 1 hr) 9859 ppm (মেকুৰী, 1 hr) 2000 ppm (এন্দুৰ, 4 hr) 4230 ppm (নিগনি, 1 hr)[8] | ||
LCLo (lowest published)
|
5000 ppm (স্তন্যপায়ী, 5 min) 5000 ppm (মানুহ, 5 min)[8] | ||
US health exposure limits (NIOSH):[9] | |||
PEL (Permissible)
|
50 ppm (25 ppm ACGIH- TLV; 35 ppm STEL) | ||
REL (Recommended)
|
TWA 25 ppm (18 mg/m3) ST 35 ppm (27 mg/m3) | ||
IDLH (Immediate danger)
|
300 ppm | ||
সংশ্লিষ্ট যৌগসমূহ | |||
অন্যান্য কেটায়ন
|
ফছফাইন আৰ্ছাইন ষ্টিবাইন | ||
সংশ্লিষ্ট নাইট্ৰ'জেন হাইড্ৰাইডছ
|
হাইড্ৰাজাইন হাইড্ৰাজয়িক এচিড | ||
সংশ্লিষ্ট যৌগসমূহ
|
এম'নিয়াম হাইড্ৰ'ক্সাইড | ||
Except where otherwise noted, data are given for materials in their standard state (at 25 °C [77 °F], 100 kPa). | |||
verify (what is ?) | |||
Infobox references | |||
এম’নিয়া বা এজেন (ইংৰাজী: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।[10] ইউৰিয়াৰ অৱক্ষয়ৰ ফলত এম’নিয়া উৎপন্ন হয় NH2CONH2 + 2H2O → (NH4)2CO3 ⇌ 2NH3 + H2O + CO2
ধৰ্ম
[সম্পাদনা কৰক]এম’নিয়া উগ্ৰ গোন্ধযুক্ত এবিধ বৰণহীন গেছ। এম’নিয়া ক্ষাৰীয় প্ৰকৃতিৰ। এই গেছ বায়ুতকৈ পাতল আৰু ইয়াৰ বাষ্পীয় ঘনত্ব ৮.৫। এম’নিয়া পানীত অতিশয় দ্ৰৱনীয়। ইয়াৰ হিমাংক ১৯৫.৪২ K আৰু উতলাংক ২৩৯.৮১ K। এম’নিয়া অণুৰ নাইট্ৰ’জেন পৰমাণুত একাকী যুগ্ম ইলেকট্ৰন থকা বাবে ই লিৱিছ ক্ষাৰকৰ ধৰ্ম দেখুৱায়।
প্ৰাকৃতিক উৎস
[সম্পাদনা কৰক]বায়ুমণ্ডলত খুব সামান্য পৰিমাণে এম’নিয়া পোৱা যায় তথা বৰষুণৰ পানীত অলপ পৰিমাণে এম’নিয়াৰ উপস্থিতি পোৱা যায়। সাগৰৰ পানীত এম’নিয়াম লৱণ পোৱা যায়। প্ৰাণীদেহত অতিৰিক্ত এচিড প্ৰশমিত কৰিলে যকৃতত থকা NH3 নিঃসৃত হয়। সৌৰজগতৰ প্লুটো, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন গ্ৰহত এম’নিয়াৰ সন্ধান পোৱা গৈছে।
ব্যৱহাৰ
[সম্পাদনা কৰক]ইউৰিয়া, এম’নিয়াম ছালফেট, এম’নিয়াম ফছফেট, এম’নিয়াম নাইট্ৰেট আদি ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিবলৈ এম’নিয়া ব্যৱহাৰ কৰা হয়। নাইট্ৰিক এচিড তথা ছ’ডিয়াম কাৰ্ব’নেট নিৰ্মাণত অত্যধিক পৰিমাণে এম’নিয়া ব্যৱহাৰ কৰা হয়। আইচক্ৰীম কাৰখানাত শীতলকাৰক হিচাপে আৰু লেবৰেটৰীত প্ৰতিকাৰক হিচাপে এম’নিয়া ব্যৱহাৰ কৰা হয়। এম’নিয়াম কাৰ্ব’নেট বনাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে গোটেই বিশ্বত ই ব্যাপক পৰিমাণে উৎপাদন হয়। ২০০৪ চনত গোটেই বিশ্বত ইয়াৰ আনুমানিক উৎপাদন ১০ কৌটি ৯০ লাখ টন আছিল[11] আৰু ২০০৬ চনত ইয়াৰ উৎপাদন প্ৰায় ১৪ কৌটি ৬৫ লাখ টন আছিল।[12] এম’নিয়াৰ উৎপাদনত ভাৰতৰ স্থান চীনৰ পিছত দ্বিতীয়। এই দুয়োখন দেশে বিশ্ব উৎপাদনৰ ক্ৰমে ২৮.৪% তথা ৮.৬% উৎপাদন কৰে। ৰুছ ৮.৪% তথা আমেৰিকাই ৮.২% উৎপাদনত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে।[11] মুঠ উৎপাদনৰ ৮০% উৰ্বৰক বনাবলৈ ব্যৱহাৰ কৰা হয়।[11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gases – Densities". http://www.engineeringtoolbox.com/gas-density-d_158.html। আহৰণ কৰা হৈছে: 3 March 2016.
- ↑ Yost, Don M. (2007). "Ammonia and Liquid Ammonia Solutions". Systematic Inorganic Chemistry. READ BOOKS. পৃষ্ঠা. 132. ISBN 1-4067-7302-6. https://books.google.com/?id=qPGzhL3Y50YC&pg=PA132.
- ↑ Blum, Alexander (1975). "On crystalline character of transparent solid ammonia". Radiation Effects and Defects in Solids খণ্ড 24 (4): 277. doi:10.1080/00337577508240819.
- ↑ Budavari, Susan, ed (1996). The Merck Index: An Encyclopedia of Chemicals, Drugs, and Biologicals (12th সম্পাদনা). Merck. ISBN 0-911910-12-3.
- ↑ Perrin, D. D., Ionisation Constants of Inorganic Acids and Bases in Aqueous Solution; 2nd Ed., Pergamon Press: Oxford, 1982.
- ↑ 6.0 6.1 Zumdahl, Steven S. (2009). Chemical Principles 6th Ed. Houghton Mifflin Company. পৃষ্ঠা. A22. ISBN 0-618-94690-X.
- ↑ 7.0 7.1 7.2 Sigma-Aldrich Co., Ammonia. Retrieved on 20 July 2013.
- ↑ 8.0 8.1 সাঁচ:IDLH
- ↑ সাঁচ:PGCH
- ↑ Abraham, Lyndy (1990). Marvell and alchemy. Aldershot Scolar. ISBN 0-85967-774-5.
- ↑ 11.0 11.1 11.2 United States Geological Survey publication
- ↑ Max Appl "Ammonia" in Ullmann's Encyclopedia of Industrial Chemistry, 2006, Wiley-VCH, Weinheim. doi:10.1002/14356007.a02_143.pub2 Article Online Posting Date: December 15, 2006
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত এম'নিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |