ঊষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''ঊষা ([[ইংৰাজী]] : Usha) :''' শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী, চিত্ৰলেখাৰ সখী ঊষা আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ জীয়েক।<ref name="usha">{{cite book|title=কুমৰ-হৰণ। গ্ৰন্থ : পুৰণি অসমীয়া সাহিত্য |author=ড॰ [[বাণীকান্ত কাকতি]] | publisher=অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪)| pages=19-26| accessdate=26 may 2020}}</ref>
'''ঊষা''' ({{Lang-en|Usha}}) হৈছে শ্ৰীকৃষ্ণৰ নাতি [[অনিৰুদ্ধ]]ৰ পত্নী, চিত্ৰলেখাৰ সখী ঊষা আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)-ৰ ৰজা [[বাণাসুৰ]]ৰ জীয়েক।<ref name="usha">{{cite book|title=কুমৰ-হৰণ। গ্ৰন্থ : পুৰণি অসমীয়া সাহিত্য |author=ড॰ [[বাণীকান্ত কাকতি]] | publisher=অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪)| pages=19-26| accessdate=26 may 2020}}</ref>

[[চিত্ৰ:Anniruddha Usha.jpg|thumb|center|ঊষাৰ সৈতে অনিৰুদ্ধ]]

==কিংবদন্তী==
==কিংবদন্তী==
{{main|অনিৰুদ্ধ}}
পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা [[বাণাসুৰ]]ৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী [[চিত্ৰলেখা]]ৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই [[অসম]] (শোণিতপুৰ) -লৈ আহে।<ref name="ani">{{cite book|title=কুমৰ-হৰণ। গ্ৰন্থ=পুৰণি অসমীয়া সাহিত্য |author=ড॰ বাণীকান্ত কাকতি | publisher=অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪)| pages=19-26| accessdate=25 may 2020}}</ref>

[[File:Raja Ravi Varma, Usha's Dream (oleographic print).jpg|thumb|center|ঊষাৰ সপোনত অনিৰুদ্ধ]]

বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা [[প্ৰহ্লাদ]]ৰ নাতি [[মহাবীৰ বলি]]ৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই [[শোণিতপুৰ]] ৰাজ্যখন পায়।<ref name="ani" />

13 নং শাৰী: 8 নং শাৰী:
বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক [[হৰি-হৰ যুদ্ধ]] বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।<ref name="ani" />

==চিত্ৰ বিথিকা==
[[File:Monument showing the historical "Hari-Hor Yuddha" at Agnigarh Hill, Tezpur.jpg|340px|thumb|center|[[তেজপুৰ]]ৰ [[অগ্নিগড়]]ত থকা 'হৰি-হৰ যুদ্ধ'ৰ বৰ্ণনাত্মক ভাস্কৰ্য]]
<gallery>
Anniruddha Usha.jpg|ঊষাৰ সৈতে অনিৰুদ্ধ
Raja Ravi Varma, Usha's Dream (oleographic print).jpg|ঊষাৰ সপোনত অনিৰুদ্ধ
Monument showing the historical "Hari-Hor Yuddha" at Agnigarh Hill, Tezpur.jpg|[[তেজপুৰ]]ৰ [[অগ্নিগড়]]ত থকা 'হৰি-হৰ যুদ্ধ'ৰ বৰ্ণনাত্মক ভাস্কৰ্য
</gallery>

== লগতে চাওক ==
== লগতে চাওক ==
26 নং শাৰী: 26 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{reflist}}
{{reflist}}
==বাহ্যিক সংযোগ==

[[শ্ৰেণী:মহাভাৰতৰ চৰিত্ৰ]]
[[শ্ৰেণী:মহাভাৰতৰ চৰিত্ৰ]]

04:08, 2 January 2021ৰ সংস্কৰণ

ঊষা (ইংৰাজী: Usha) হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী, চিত্ৰলেখাৰ সখী ঊষা আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)-ৰ ৰজা বাণাসুৰৰ জীয়েক।[1]

কিংবদন্তী

পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা বাণাসুৰৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী চিত্ৰলেখাৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই অসম (শোণিতপুৰ) -লৈ আহে।[2]

বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা প্ৰহ্লাদৰ নাতি মহাবীৰ বলিৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ ৰাজ্যখন পায়।[2]

বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক হৰি-হৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।[2]

চিত্ৰ বিথিকা

লগতে চাওক

তথ্য সংগ্ৰহ

  1. ড॰ বাণীকান্ত কাকতি. কুমৰ-হৰণ। গ্ৰন্থ : পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪). পৃষ্ঠা. 19-26. 
  2. 2.0 2.1 2.2 ড॰ বাণীকান্ত কাকতি. কুমৰ-হৰণ। গ্ৰন্থ=পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪). পৃষ্ঠা. 19-26.