জিম্মী ৱেলছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :ga:Jimmy Wales
115 নং শাৰী: 115 নং শাৰী:
[[fur:Jimmi Wales]]
[[fur:Jimmi Wales]]
[[fy:Jimmy Wales]]
[[fy:Jimmy Wales]]
[[ga:Jimmy Wales]]
[[gl:Jimbo Wales]]
[[gl:Jimbo Wales]]
[[gu:જીમ્મી વેલ્સ]]
[[gu:જીમ્મી વેલ્સ]]

20:16, 27 April 2012ৰ সংস্কৰণ

জিম্মী ৱেলছ

ডিচেম্বৰ, ২০০৮ত জিম্মী ৱেলছ
জন্ম জিম্মী ডনেল ৱেলছ
৭ আগষ্ট, ১৯৬৬ (৫৭ বছৰ)
হাণ্টছভিল্লে আলাবামা, সংযুক্ত যুক্তৰাষ্ট্ৰ
বাসগৃহ চেইণ্ট পিটাৰচবাৰ্গ, ফ্লৰিডা, ইউ এচ [1]
অন্য নাম জিম্ব
শিক্ষানুষ্ঠান অ’বাৰ্ণ বিশ্ববিদ্যালয়
ইউনিভাৰচিটি অৱ আলবামা
ইণ্ডিয়ানা ইউনিভাৰচিটি ব্লুমিংটন
পেচা ইণ্টাৰনেট শিল্পদ্যোগী
পদবী সভাপতি,ৱিকিয়া আই এন চি (২০০৪–বৰ্তমানলৈ)
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ চেয়াৰমেন (জুন ২০০৩ – অক্টোবৰ ২০০৬)
চেয়াৰমেন এমেৰিটাচ, ৱিকিমিডিয়া ফাউণ্ডেশ্যন (অক্টোবৰ ২০০৬ৰ পৰা–বৰ্তমানলৈ)
উত্তৰসূৰী ফ্ল’ৰেন্স দেভৱাৰ্ড
বোৰ্ডৰ সদস্য  ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ক্ৰিয়েটিভ কমনছ
ছচিয়েলটেক্সট
চানলাইট ফাউণ্ডেশ্যন (উপদেষ্টা মণ্ডলী)
এম আই টি চেণ্টাৰ ফৰ কালেক্টিভ ইণ্টেলিজেঞ্চ(উপদেষ্টা মণ্ডলী)
চিভিল নেশ্যন [2]
বঁটা, সন্মান, পুৰস্কাৰ আদি ইএফএফ পায়নিয়াৰ এৱাৰ্ড (২০০৬),
বিজনেজ প্ৰছেচ এৱাৰ্ড (২০০৮)
, দ্য গ্লোবেল ব্ৰেণ্ড আইকন অফ দ্য ইয়াৰ এৱাৰ্ড (২০০৮)
, গোটিলেব ডাটৱেয়েইলাৰ প্ৰাইজ (২০১০)
ৱেবছাইট
জিম্মী ৱেলছৰ ৱেবছাইট


জিম্মী ডনেল ওৰফে "জিম্ব" ৱেলছৰ (pron.: /ˈdnəl ˈwlz/; জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল।[3] [4] তেখেত এজন আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে|[5][6]

জন্ম আৰু শিক্ষা

জিম্মী ৱেলছৰ জন্ম হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আলবামাৰ হাণ্টছভিল্লেত| তাতেই তেওঁ ৰাণ্ডল্ফ বিদ্যালয়ৰ নাম ভৰ্ত্তি কৰি আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ কৰিছিল আৰু বিত্ত বিষয়ত স্নাতক আৰু মাষ্টাৰ ডিগ্ৰীৰ উপাধি লাভ কৰে| তেওঁৰ দেউতাকৰ নাম জিম্মী,[7] আৰু মাতৃৰ নাম ডৰিছ| তেখেতৰ আইতাকৰ নাম এৰমা [8]| স্নাতক শ্ৰেণীত থকাৰ সময়ত তেখেতে দুখন বিশ্ববিদ্যালয়ত পঢ়িছিল। পিছত তেওঁ বিত্ত ক্ষেত্ৰত চাকৰি গ্ৰহণ কৰে আৰু এখন বিশ্ববিদ্যালয় শিক্ষা অসম্পূৰ্ণ অৱস্থাতে ত্যাগ কৰে আৰু কেইটামান বছৰ ছিকাগোৰ ফিউচাৰছ আৰু অপশ্যনচ ফাৰ্মত (Chicago futures and options firm) ৰিচাৰ্চ ডাইৰেক্টৰৰ পদ অলংকৃত কৰে। ১৯৯৬ চনত তেওঁ দুজন সহযোগীৰ সহায়ত বোমিচ নামেৰে এটা পুৰুষসকলৰ বিনোদন আৰু প্ৰাপ্তবয়স্ক বিষয়ক ৱেবপৰ্টেলৰ প্ৰতিষ্ঠা কৰে। এই ৱেবছাইটৰ পৰাই পৰৱৰ্তীকালত উদ্ভুত বিশ্বকোষ নুপিডিয়া (২০০০-২০০৩) আৰু তাৰ উত্তৰসূৰী ৱিকিপিডিয়াৰ প্ৰাথমিক অৰ্থসংস্থান হৈছিল।

২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে [9]। ছেগাৰে ৱিকি (সহযোগীতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে [10]

জিম্মী ৱেলছে ২০১১ চনলৈ দুবাৰ বিবাহ কৰিছে। তেওঁৰ দ্বিতীয় স্ত্ৰী ক্ৰিস্টিনাৰ গৰ্ভত তেওঁৰ এজনী কন্যা জন্ম হৈছে। ৱেলছে নিজকে বস্তুবাদী আৰু কিছু পৰিমাণে উদাৰনীতিবাদী বুলি ব্যক্ত কৰে। তেওঁৰ সৃষ্ট ৱিকিপিডিয়া বিশ্বৰ বৃহত্তম বিশ্বকোষলৈ পৰিণত হৈছে| টাইম পত্ৰিকাত তেওঁলোকৰ ২০০৬ চনৰ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰৰ নামৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।[6]


প্ৰকাশিত কৰ্মাৱলী

তথ্যসূত্ৰ

  1. McGlaughlin, Buddy (January 10, 2011). "Wikipedia founder Jimmy Wales, a Huntsville native and Auburn grad, not resting as website turns 10". The Huntsville Times. http://blog.al.com/huntsville-times-business/2011/01/wikipedia_founder_jimmy_wales.html। আহৰণ কৰা হৈছে: December 2, 2011. 
  2. "Board of Directors". CiviliNation website. http://civilination.org/about-2/board-of-directors/। আহৰণ কৰা হৈছে: February 19, 2011. [সংযোগবিহীন উৎস]
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Bio Jimmy Wales নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Rogoway নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; WMF PR 2004-04-25 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. 6.0 6.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Economist2008 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; kazek নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; bookstopshere নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Mike Miliard (2008-03-01). "Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?". Salt Lake City Weekly. http://www.cityweekly.net/utah/article-5129-feature-wikipediots-who-are-these-devoted-even-obsessive-contributors-to-wikipedia.html। আহৰণ কৰা হৈছে: 2008-12-18. 
  10. “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986

বাহ্যিক সংযোগ

Jimmy Wales during Wiki Conference India, 2011 at University Convension Hall, Mumbai
ভিডিঅ’ সংযোগ


সাঁচ:Link FA