মাইবং
মাইবং | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিমা হাছাও জিলা |
চৰকাৰ | |
• ধৰণ | Dima Hasao Autonomous Territorial Council |
কালি | |
• মুঠ | 10 km2 (4 sq mi) |
উচ্চতা | 355 m (1,165 ft) |
জনসংখ্যা (2011) | |
• মুঠ | 20,664 |
• ঘনত্ব | 2,100/km2 (5,400/sq mi) |
মাইবং (IPA: ˌmɑɪˈbɒŋg) (ইংৰাজী: Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷
ইতিহাস
[সম্পাদনা কৰক]মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]মাইবং ভৌগোলিকভাৱে 25°18′N 93°10′E / 25.3°N 93.17°Eত অৱস্থিত৷[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷
মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
আন্ত:গাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷[3] মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]ৰেলপথ
[সম্পাদনা কৰক]ৰে'লৰ নাম | ৰে'লৰ নম্বৰ | পৰা | লৈ | প্ৰত্যাৱৰ্ত্তন | গমন (Departure) |
---|---|---|---|---|---|
কাছাৰ এক্সপ্ৰেছ | ১৫৬৯১ | লামডিং | শিলচৰ | 10:29 PM | 10:39 PM |
কাছাৰ এক্সপ্ৰেছ | ১৫৬৯২ | শিলচৰ | লামডিং | 04:09 | 04:19 |
বৰাক ভেলী এক্সপ্ৰেছ | ১৫৬৯৩ | লামডিং | ধৰ্মনগৰ | 06:48 | 06:58 |
বৰাক ভেলী এক্সপ্ৰেছ | ১৫৬৯৪ | ধৰ্মনগৰ | লামডিং | 18:49 | 18:59 |
আগৰতলা এক্সপ্ৰেছ | ১৫৬৯৫ | লামডিং | আগৰতলা | 23:34 | 23:44 |
আগৰতলা এক্সপ্ৰেছ. | ১৫৬৯৬ | আগৰতলা | লামডিং | 07:46 | 07:56 |
হিল কুইন এক্সপ্ৰেছ | ০৫৬৯৭ | লামডিং | হাফলং | 11:41 | 11:51 |
হিল কুইন এক্সপ্ৰেছ | ০৫৬৯৮ | হাফলং | লামডিং | 15:10 | 15:20 |
শিক্ষা
[সম্পাদনা কৰক]মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
বিদ্যালয়-
- মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়
- এভাৰ গ্ৰীণ উচ্চ মাধ্যমিক বিদ্যালয়
- প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়
- মাইবং উচ্চ মাধ্যমিক বিদ্যালয়
- চেইণ্ট জেভিয়াৰছ স্কুল
- কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়
- নেৰিং হিন্দী একাডেমী
- চেইঞ্জা ভেলী বিদ্যালয়
- মাইবং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়
মহাবিদ্যালয়-
- মাইবং মহাবিদ্যালয়
ৰাজনীতি
[সম্পাদনা কৰক]উল্লেখযোগ্য ঠাই
[সম্পাদনা কৰক]- ৰাসবাৰী: কচাৰী ৰাজত্বৰ ধ্বংসাৱশেষ পোৱা যায়
- এক পথ্থৰ ঘৰ: পৌৰাণিক মন্দিৰ
- মাইবং জলপ্ৰপাত
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Falling Rain Genomics, Inc - Maibang[সংযোগবিহীন উৎস]
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত মাইবং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |