মানৱ শৰীৰ
অৱয়ব
মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ মানৱ দেহৰ "যন্ত্ৰ-পাতি"ৰ বৈচিত্ৰৰ কথা ভাবিলে অতি আচৰিত হ'ব লাগে৷ মানুহে যন্ত্ৰ মানৱ বা ৰবট নিৰ্মান কৰিছে যদিও তেজ মঙহৰ মানুহৰ লগত তাৰ তুলনা নহয়৷
মানৱ শৰীৰটো বিভিন্ন অংগ-পত্যংগ, ২০৬ ডাল অস্থি বা হাড়, ৩২ টা দাঁত, কেইবাশ পেশী, বহু কিলোমিটাৰ দীঘল স্নায়ু আৰু কোটি কোটি কোষ আদিৰে গঠিত৷ এই অংগ-পত্যংগবোৰে সহযোগিতাৰে আমাৰ দেহটো পৰিচালনা কৰে৷ তলত আমাৰ শৰীৰৰ কিছুমান অংগ দিয়া হ'ল-
- ছাল
- অস্থি বা হাড়
- মাংসপেশী
- পাচনতন্ত্ৰ
- মুখ
- দাঁত
- জিভা
- নাক
- চকু
- কাণ
- পাকস্থলী
- ক্ষুদ্ৰান্ত্ৰ
- বৃহদন্ত্ৰ
- যকৃৎ
- তেজ
- হৃদপিণ্ড বা কলিজা
- হাঁওফাঁও
- বৃক্ক
- স্নায়ু তন্ত্ৰ
- মাংসপেশী
- মগজু বা মস্তিষ্ক
- এপেণ্ডিক্স
ৱিকিমিডিয়া কমন্সত মানৱ শৰীৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |