অক্সিজেন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

অক্সিজেন বা অম্লজান (play /ˈɒksɨɨn/ ok-si-jin) এবিধ গোন্ধহীন অদৃশ্য গেছ । পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল । ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮ । আয়তন হিছাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ । ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায় । জুলীয়া বায়ুৰ পৰা আংশিক পাতন প্ৰক্ৰিয়াৰে বিশুদ্ধ অক্সিজেন পাব পাৰি । ইয়াক জ্বালাই কৰা, ধাতুৰ টুকুৰা কটা আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।



সূচী

[সম্পাদনা কৰক] টোকা আৰু তথ্যসূত্ৰ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  • Cook, Gerhard A.; Lauer, Carol M. (1968). "Oxygen". In Clifford A. Hampel. The Encyclopedia of the Chemical Elements. New York: Reinhold Book Corporation. পৃষ্ঠা. 499–512. 
  • Emsley, John (2001). "Oxygen". Nature's Building Blocks: An A-Z Guide to the Elements. Oxford, England, UK: Oxford University Press. পৃষ্ঠা. 297–304. ISBN 0-19-850340-7. 
  • Raven, Peter H.; Ray F. Evert, Susan E. Eichhorn (2005). Biology of Plants, 7th Edition. New York: W.H. Freeman and Company Publishers. পৃষ্ঠা. 115–27. ISBN 0-7167-1007-2. 

[সম্পাদনা কৰক] অধিক পঢ়্ক

  • Walker, J. (1980). "The oxygen cycle". In Hutzinger O.. Handbook of Environmental Chemistry. Volume 1. Part A: The natural environment and the biogeochemical cycles. Berlin; Heidelberg; New York: Springer-Verlag. পৃষ্ঠা. 258. ISBN 0-387-09688-4. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত