অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত জিলা অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।

ক্ৰমিক নং আলোকচিত্ৰ নাম[1] কাৰ্যকাল আৰম্ভণি কাৰ্যকাল সমাপ্তি দল
Gopinath bordoloi.jpg
গোপীনাথ বৰদলৈ[2] ১১ ফেব্ৰুৱাৰী, ১৯৪৬ ৬ আগষ্ট, ১৯৫০ ভাৰতীয় জাতীয় কংগ্ৰেছ
Bisnu ram medhi.jpg
বিষ্ণু ৰাম মেধি[2] ৯ আগষ্ট, ১৯৫০ ২৭ ডিচেম্বৰ, ১৯৫৭ ভাৰতীয় জাতীয় কংগ্ৰেছ
B p chaliha.png
বিমলা প্ৰসাদ চলিহা[2] ২৮ ডিচেম্বৰ, ১৯৫৭ ৬ নৱেম্বৰ, ১৯৭০ ভাৰতীয় জাতীয় কংগ্ৰেছ
Mahendra mohan choudhury.jpg
মহেন্দ্ৰ মোহন চৌধুৰী[2] ১১ নৱেম্বৰ, ১৯৭০ ৩০ জানুৱাৰী, ১৯৭২ ভাৰতীয় জাতীয় কংগ্ৰেছ
CM SC Sinha.png
শৰত চন্দ্ৰ সিংহ [2] ৩১ জানুৱাৰী, ১৯৭২ ১২ মাৰ্চ, ১৯৭৮ ভাৰতীয় জাতীয় কংগ্ৰেছ
Golap Borbora.jpg
গোলাপ বৰবৰা[2] ১২ মাৰ্চ, ১৯৭৮ ৪ চেপ্তেম্বৰ, ১৯৭৯ জনতা পাৰ্টি
J.n.hazarika.png
যোগেন্দ্ৰ নাথ হাজৰিকা[2] ৯ চেপ্তেম্বৰ, ১৯৭৯ ১১ ডিচেম্বৰ, ১৯৭৯
A taimur.png
চৈয়দা আনোৱাৰা টাইমূৰ[2] ৬ ডিচেম্বৰ, ১৯৮০ ৩০ জুন, ১৯৮১ ভাৰতীয় জাতীয় কংগ্ৰেছ
K gogoi.png
কেশৱ চন্দ্ৰ গগৈ[2] ১৩ জানুৱাৰী, ১৯৮২ ১৯ মাৰ্চ, ১৯৮২ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০
Hiteswar saikia.jpg
হিতেশ্বৰ শইকীয়া (প্ৰথমবাৰ)[2] ২৭ ফেব্ৰুৱাৰী, ১৯৮৩ ২৩ ডিচেম্বৰ, ১৯৮৫ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১
P k mahanta.jpg
প্ৰফুল্ল কুমাৰ মহন্ত (প্ৰথমবাৰ)[2] ২৪ ডিচেম্বৰ, ১৯৮৫ ২৭ নৱেম্বৰ, ১৯৯০ অসম গণ পৰিষদ
১২
Hiteswar saikia.jpg
হিতেশ্বৰ শইকীয়া (দ্বিতীয়বাৰ)[2] ৩০ জুন, ১৯৯১ ২২ এপ্ৰিল, ১৯৯৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩
B. barman.png
ভূমিধৰ বৰ্মন[2] ২২ এপ্ৰিল, ১৯৯৬ ১৪ মাৰ্চ, ১৯৯৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪
P k mahanta.jpg
প্ৰফুল্ল কুমাৰ মহন্ত (দ্বিতীয়বাৰ)[2] ১৫ মে', ১৯৯৬ ১৭ মে', ২০০১ অসম গণ পৰিষদ
১৫
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (প্ৰথমবাৰ)[2] ১৭ মে', ২০০১ ১৪ মে', ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (দ্বিতীয়বাৰ)[2] ১৪ মে', ২০০৬ ১৭ মে', ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (তৃতীয়বাৰ)[2] ১৮ মে', ২০১১ বৰ্তমানলৈ (আগষ্ট ২০১২) ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]