অসমৰ মুখ্যমন্ত্ৰী সকল

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

[সম্পাদনা কৰক] অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা

ক্ৰমিক নং আলোকচিত্ৰ নাম কাৰ্যকাল আৰম্ভনী কাৰ্যকাল সমাপ্তি দল
Gopinath bordoloi.jpg
গোপীনাথ বৰদলৈ ১১ ফেব্ৰুৱাৰি, ১৯৪৬ ৬ আগষ্ট, ১৯৫০ ভাৰতীয় জাতীয় কংগ্ৰেছ
Bisnu ram medhi.jpg
বিষ্ণু ৰাম মেধি ৯ আগষ্ট, ১৯৫০ ২৭ ডিচেম্বৰ, ১৯৫৭ ভাৰতীয় জাতীয় কংগ্ৰেছ
B p chaliha.png
বিমলা প্ৰসাদ চলিহা ২৮ ডিচেম্বৰ, ১৯৫৭ ৬ নৱেম্বৰ, ১৯৭০ ভাৰতীয় জাতীয় কংগ্ৰেছ
Mahendra mohan choudhury.jpg
মহেন্দ্ৰ মোহন চৌধুৰী ১১ নৱেম্বৰ, ১৯৭০ ৩০ জানুৱাৰি, ১৯৭২ ভাৰতীয় জাতীয় কংগ্ৰেছ
Sarat sinha.jpg
শৰত চন্দ্ৰ সিংহ ৩১ জানুৱাৰি, ১৯৭২ ১২ মাৰ্চ, ১৯৭৮ ভাৰতীয় জাতীয় কংগ্ৰেছ
Golap borbora.png
গোলাপ বৰবৰা ১২ মাৰ্চ, ১৯৭৮ ৪ চেপ্তেম্বৰ, ১৯৭৯ জনতা পাৰ্টি
J.n.hazarika.png
যোগেন্দ্ৰ নাথ হাজৰিকা ৯ চেপ্তেম্বৰ, ১৯৭৯ ১১ ডিচেম্বৰ, ১৯৭৯
A taimur.png
চৈয়দা আনোৱাৰা টাইমুৰ ৬ ডিচেম্বৰ, ১৯৮০ ৩০ জুন, ১৯৮১ ভাৰতীয় জাতীয় কংগ্ৰেছ
K gogoi.png
কেশৱ চন্দ্ৰ গগৈ ১৩ জানুৱাৰি, ১৯৮২ ১৯ মাৰ্চ, ১৯৮২ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০
Hiteswar saikia.jpg
হিতেশ্বৰ শইকীয়া ২৭ ফেব্ৰুৱাৰী, ১৯৮৩ ২৩ ডিচেম্বৰ, ১৯৮৫ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১
P k mahanta.jpg
প্ৰফুল্ল কুমাৰ মহন্ত ২৪ ডিচেম্বৰ, ১৯৮৫ ২৭ নৱেম্বৰ, ১৯৯০ অসম গণ পৰিষদ
১২ হিতেশ্বৰ শইকীয়া (২) ৩০ জুন, ১৯৯১ ২২ এপ্ৰিল, ১৯৯৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩
B. barman.png
ভূমিধৰ বৰ্মন ২২ এপ্ৰিল, ১৯৯৬ ১৪ মাৰ্চ, ১৯৯৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ প্ৰফুল্ল কুমাৰ মহন্ত (২) ১৫ মে, ১৯৯৬ ১৭ মে, ২০০১ অসম গণ পৰিষদ
১৫
Tarun gogoi.jpg
তৰুণ কুমাৰ গগৈ ১৭ মে, ২০০১ ১৪ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ তৰুণ কুমাৰ গগৈ ১৪ মে, ২০০৬ ১৭ মে, ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ তৰুণ কুমাৰ গগৈ (৩) ১৮ মে, ২০১১ বৰ্তমানলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত