অৰুণ কুমাৰ চন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণ কুমাৰ চন্দ

২০০০ চনৰ ভাৰতৰ ডাকটিকটত অৰুণ কুমাৰ চন্দ
জন্ম ১৭ ফেব্ৰুৱাৰী, ১৮৯৯
শিলচৰ, অসম, ভাৰত
মৃত্যু ২৫ এপ্ৰিল, ১৯৪৭ (বয়স ৪৮)
কলকাতা, পশ্চিমবংগ, ভাৰত
পেচা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী
সমাজসেৱক

অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷[1] ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।[2] তেওঁ বাংলা ভাষাৰ সাপ্তাহিক আলোচনী সপ্তকৰ সম্পাদকো আছিল৷ শিলচৰত, তেখেতৰ স্মৃতিত ১৯৬০ চনত এ কে চন্দ আইন মহাবিদ্যালয় নামেৰে এখন আইন মহাবিদ্যালয় স্থাপন কৰা হয়।[3]

তথ্য উৎস[সম্পাদনা কৰক]