ইণ্টাৰনেট মুভি ডাটাবেছ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ইণ্টাৰনেট মুভি ডাটাবেছ (আইএমডিবি)
IMDb logo.png
ইউ আৰ এল imdb.com
বিজ্ঞাপন হয়
প্ৰকাৰ টেলিভিজন, ভিডিঅ’ গেম আৰু চলচ্চিত্ৰৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল
পঞ্জীয়ন ঐচ্ছিক (কিছুমান কামৰ বাবে প্ৰয়োজন)[1]
ভাষা ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী
স্বত্বাধিকাৰী এমাজন ডট কম
সৃষ্টিকাৰ কোল নীধাম
মুকলি ১৭ অক্টোবৰ, ১৯৯০
এলেক্সা স্থান increase ৩৭ (জানুৱাৰী ২০১২)[2]
বৰ্তমান স্থিতি সক্ৰিয়

ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[3]

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. register-imdb
  2. "Imdb.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/imdb.com. Retrieved 2012-01-02. 
  3. "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602. Retrieved 2007-01-15. 

[সম্পাদনা কৰক] বহিঃসংযোগ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত